• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেগাছাছৰ নজৰৰ পৰা সাৰি যাব পৰা নাছিল ভাৰতীয় সেনা, বিএছএফ আৰু ‘ৰ’ৰ দৰে সংস্থাৰ বিষয়াও!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2021 5:00 pm
hone-Tapped-1024x681-1-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ স্পাইৱেৰ পেগাছাছে ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ অসংখ্য লোকৰ ফোন টেপ কৰাৰ কথাই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে।

ভাৰতত সাংবাদিক, ৰাজনীতিক, ছাত্ৰ সংগঠনৰ নেতা, বিদ্ৰোহী সংঘঠনৰ প্ৰাক্তন নেতাকে ধৰি আন বহু লোকৰ ফোন পেগাছাছে টেপ কৰাৰ কথা পোহৰলৈ আহিছে।

Apply Now

ইজৰাইলৰ স্পাইৱেৰটোৰ পৰা সাৰি যাব পৰা নাছিল আনকি ভাৰতীয় সেনা, বিএছএফ আৰ ‘ৰ’ৰ দৰে সংস্থাও।

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ২০১৮ চনতে বিএছএফৰ তদানীন্তন মুৰব্বী কেকে শৰ্মাৰ ফোন টেপ কৰা হৈছিল।

কেকে শৰ্মাই আৰএছএছৰ এখন সভাত যোগদান কৰাৰ পিছৰে পৰাই তেওঁৰ ফোন টেপ কৰা হৈছিল বুলি তথ্য পোহৰলৈ আহিছে।

শৰ্মাৰ তিনিটা ফোন টেপ কৰা হৈছিল। সেই তিনিটাৰ ভিতৰৰে দুটা ফোন নম্বৰ শৰ্মাই ২০১৮ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত এতিয়াও ব্যৱহাৰ কৰি আহিছে।

The Wire ত প্ৰকাশিত খবৰ অনুসৰি অসমত কাৰ্যনিৰ্বাহ কৰা বিএছএফৰ এজন কামাণ্ডেণ্টৰো নম্বৰ টেপ কৰা হৈছিল।বিএছএফৰে মহাপৰিদৰ্শক জগদীশ মৈথানিৰো ফোন টেপ কৰাৰ তথ্য The Wire ত প্ৰকাশ পাইছে।

ৰিছাৰ্চ এনালাইছিছ উইং, চমুকৈ ৰ’ৰ বিষয়া জিতেন্দ্ৰ কুমাৰ ওঝাৰো ফোন টেপ কৰা বুলি প্ৰমাণ পোৱা গৈছে।ওঝাই তেওঁৰ অৱসৰৰ সিদ্ধান্তৰ বিষয়ে চৰকাৰক প্ৰত্যাহ্বান জনোৱাৰ পিছতে ২০১৮ চনত তেওঁৰ ফোন টেপ কৰা হৈছিল।

চাকৰি সম্পৰ্কীয় বিভিন্ন বিষয়ত চৰকাৰক প্ৰত্যাহ্বান জনোৱা ভাৰতীয় সেনাৰ দুই বিষয়া ক্ৰমে কৰ্ণেল মুকুল দেৱ আৰু কৰ্ণেল অমিত কুমাৰৰো ফোন টেপ কৰা হৈছিল।

ফোন টেপ কৰাৰ প্ৰসংগত সেনাৰ কৰ্ণেল মুকুল দেৱে The Wire ৰ আগত এনেদৰে প্ৰকাশ কৰিছে যে তেওঁ সেনাৰ কল্যাণৰ হকে মাত মাতি গৈছিল।

সেইবাবেই ফোন টেপ কৰাৰ সন্দেহ কৰিছে তেওঁ।যিকিনহওঁক, পেগাছাছৰ নজৰৰ পৰা প্ৰতিৰক্ষা বাহিনীত নিয়োজিত লোকো বাদ পৰি নোযোৱাত এতিয়া বহুতৰে চকু থৰ লাগিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd