• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙিয়া-তামুলপুৰ-ভূটান পথত ক’ভিড বিধি উলংঘা কৰা লোকক জৰিমনা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 15, 2021 9:06 am
gol
132
VIEWS
Share on FacebookShare on Twitter

আন্তঃজিলা যাতায়ত বন্ধ থকাৰ সময়তে তামুলপুৰ আৰক্ষী তালাচীৰ মাজেৰে কালি বাক্সা জিলাৰ পৰা কামৰূপ জিলালৈ অবৈধ সুৰাভৰ্তি বাহন এখন ধৰা পৰাৰ পিছত  তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে পৰিদৰ্শন কৰিলে দুই জিলা সংযোগী পথ। অবৈধ ভাৱে প্ৰৱেশ কৰা বাহনৰ পৰা আদায় কৰিলে জৰিমনা।

ক’ভিড সৃষ্ট পৰিবেশ নিয়ন্ত্ৰন কৰাৰ বাবে  ৰাজ্যজুৰি বন্ধ আছে আন্ত:জিলা যাতায়ত ব্যৱস্থা ৷

ইয়াৰ মাজতে কালি তামুলপুৰ-ৰঙিয়া পথৰ দ্বাৰকুছিত জব্দ হৈছিল এখন অবৈধ সুৰা ভৰ্তি বাহন, যিখন বাহনে বাক্সা জিলাৰ পৰা কামৰূপ জিলাৰ তুলসীবাৰীলৈ কঢ়িয়াই নিছিল ১৪ কাৰ্টুন অবৈধ সুৰা।

আজিও বাক্সা জিলা আৰু কামৰূপ জিলা সংযোগী ৰঙিয়া-তামুলপুৰ- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত আছে যাতায়াত ৷

ক’ভিড বিধি উলংঘা কৰি দুয়োখন জিলাৰ একাংশ লোকে কোনো ধৰনৰ অনুমতি অবিহনে যান বাহনেৰে নিৰ্বিঘ্নে অহা-যোৱা কৰি আছে ৰঙিয়া-তামুলপুৰ-ভূটান পথেৰে ৷

ক’ভিড বিধি উলংঘা কৰি অনুমতি অবিহনে যাতায়ত কৰা লোকক নাকী লগাবলৈ তামুলপুৰ মহকুমাৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰে নিজে নামি পৰিল যানবাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ ৷

বেদাংগ তালুকদাৰে জনোৱা মতে যি সকল লোকে বিনা কাৰণত আন্তঃজিলাত  প্ৰৱেশ কৰিছে তেওঁলোকক ওভতাই পঠোৱাৰ লগতে যি সকলে ভুৱা অনুমতি পত্ৰ দেখুৱাইছে তেওঁলোকক জৰিমনা বিহা হৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd