• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাইপ যোগে খোৱাপানী লাভৰ বাবে আৰু কিছু মাহ অপেক্ষা কৰিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে!

অনুপ শৰ্মা by অনুপ শৰ্মা
July 2, 2019 8:57 pm
piped-drinking-water-750x375

প্ৰতিনিধিত্বমূল আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষই মহানগৰীৰ জনসাধাৰণক পাইপযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দ্ধাৰণ কৰি দিয়া ডেড লাইনতো কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

বৰ্দ্ধিত কলেৱৰৰ গুৱাহাটী মহানগৰীত বাস কৰা জনসাধাৰণৰ বাবে দৈনিক ২০০ মিলিয়ন লিটাৰ খোৱাপানীৰ দৰকাৰ।

Apply Now

বৰ্তমান থকা সুবিধা সমূহে গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ মাত্ৰ ২৫ শতাংশ লোকৰহে প্ৰয়োজন পুৰম কৰিব পাৰে আৰু বাকী থকা অংশই গভীৰ বৰিং অথবা অন্য পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।

যদিও ২০১৩-১৪ চনত অসম চৰকাৰে খোৱাপানীৰ বাবে বহুকেইটা প্ৰকল্প গ্ৰহণ কৰিছিল সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ইয়াৰ কোনো এটা খোৱাপানীৰ প্ৰকল্পৰ কাম ৪০ শতাংশতকৈ অধিক সম্পূৰ্ণ হোৱা নাই।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিন পূৰ্বে চাৰিটা খোৱাপানী যোগান প্ৰকল্প ভ্ৰমণ কৰি প্ৰকল্প কেইটাৰ সৈতে জড়িত হৈ থকা বিষয়াসকলক চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত পাইপ যোগে পানী যোগান ধৰিবলগীয়া প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে অন্তিম সময় সীমা নিৰ্ধাৰণ কৰি দিয়ে।

জাপান ইন্টাৰনেশ্যনেল কো-অপাৰেটিভ এজেঞ্চি (JICA) ৰ অনুদানেৰে আৰম্ভ কৰা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম বৰ্তমান চলি আছে। এই পানী যোগান প্ৰকল্পৰ কাম সমাপ্ত হোৱাৰ বাবে আগন্তুক এমাহৰ পৰা চাৰিমাহ পৰ্যন্ত সময় ল’ব বুলি অনুমান কৰা হৈছে। পশ্চিম গুৱাহাটীৰ জাইকাৰ পানী যোগান প্ৰকল্পৰ কাম সম্পুৰ্ণ হ’লে প্ৰকল্পটোৰ পৰা ৫০০০ ঘৰলৈ পানী যোগান ধৰিব পৰা যাব বুলি জি এম ডি এৰ মুখ্য কাৰ্য্যবাহী বিষয়া মলয় বৰাই নৰ্থ-ইষ্ট নাওৰ আগত মত প্ৰকাশ কৰে।

বৰাৰ মন্তব্যৰ পৰা গুৱাহাটী মহানগৰবাসীয়ে নৱেম্বৰ মাহৰ পূৰ্বে পাইপ যোগে খোৱা পানী লাভ কৰাৰ সম্ভাৱনা ক্ষীণ।

‘একচন এইদ’ নামৰ এটা সংস্থাৰ গৱেষণাত বৰ্তমান গুৱাহাটী মহানগৰীৰ মাত্ৰ ৩০ শতাংশ লোককহে পাইপ যোগে খোৱা পানী যোগান ধৰি থকা হৈছে বুলি প্ৰকাশ পাইছে।

‘একচন এইদ’ৰ গৱেষক নৱজ্যোতি ভূঞাই ৩০ শতাংশ লোকক পানী যোগান ধৰা তথ্যক সন্তোষজনক দিশ নহয় বুলি উল্লেখ কৰে। ভূঞাই এইক্ষেত্ৰত চৰকাৰ আৰু বিভাগীয় এজেঞ্চি সমূহৰ মাজত সমন্বয়ৰ অভাৱ বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd