• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুর্ঘটনাত নিহত ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নীলৈ শেষ শ্ৰদ্ধাঞ্জলি শিৱসাগৰবাসীৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 27, 2019 3:12 pm
IMG-20190427-WA0003

ডাঃ গাৰোডিয়া দম্পতিলৈ শিৱসাগৰবাসীৰ শেষ শ্ৰদ্ধাঞ্জলি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে বুঢাপাহাৰৰ সমীপত এক পথ দুৰ্ঘটনাত নিহত হোৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সুদক্ষ চিকিৎসক ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়াৰ নশ্বৰ দেহ আজি পুৱা ৬ বজাত শিৱসাগৰলৈ অনা হয়। শিৱসাগৰ থানা ৰোডত থকা আৰ্শীবাদ ভৱনত অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে গাৰোডিয়া দম্পতিলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গাৰেডিয়া দম্পতিৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগেই শোকত ভাগি পৰে উপস্থিত কেইবা শতাধিক লোক। অতি নম্ৰ আৰু সুদক্ষ চিকিৎসকজনক অকালতে হেৰুৱাই শোকত মৰ্মাহত হৈ পৰিছে সমগ্ৰ শিৱসাগৰবাসী।

Apply Now
IMG-20190427-WA0002
ডাঃ গাৰোডিয়া দম্পতিক শেষ শ্ৰদ্ধা জনাবলৈ শিৱসাগৰত গুণমুগ্ধৰ ভিৰ। ফটো : নৰ্থইষ্ট নাও

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিৱসাগৰ জিলা কৰ্মচাৰী সন্থা,  চিভিল হাস্পাতলৰ কৰ্মচাৰী সন্থা, ডাক্তৰ এছ’চিয়েশ্যন,হামৰাহী, পূৰ্বোত্তৰ মাৰোৱাৰী সন্মিলন,মাহোৱাৰী পঞ্চায়ত, লায়নছ ক্লাৱ, ৰ’টাৰী ক্লাৱ, মহেশ্বৰী সভা, আগৰৱালা সভা, নাজিৰা গৌশালা,অসম চেম্বাৰ্চ অৱ কমাৰ্চ শিৱসাগৰ জিলা সমিতি, মাৰোৱাৰী যুৱ মঞ্চ, মাৰোৱাৰী যুৱ মঞ্চ, প্ৰগতি শাখা, মাৰোৱাৰী মহিলা সন্মিলনকে ধৰি বহু দল সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছতেই ডাঃ সুমিত গাৰোডিয়া আৰ তেওঁৰ পত্নীৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ ঘৰলৈ লৈ যোৱা হয়। ডিব্ৰুগড়ত আজি দুয়োৰে শেষকৃত্য সম্পন্ন কৰা হব।

উল্লেখ্য যে,  হোজাইৰ আত্মীয়ৰ ঘৰত এক বিবাহ অনুষ্ঠানত অংশ লবলৈ গৈ থকা অৱস্থাত  শুকুৰবাৰে বুঢ়াপাহাৰৰ সমীপত এখন ট্ৰেভেলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়া।

আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুই পুত্ৰক সংকটজনক অৱস্থাত গুৱাহাটীলৈ লৈ যোৱা হয়। বৰ্তমান দুয়োজন বিপদমুক্ত বুলি জানিব পৰা গৈছে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd