• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী বুলি কাৰাগাৰলৈ প্ৰেৰণ কৰিলেহেঁতেন: প্ৰণৱজিৎ চলিহা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 24, 2019 10:34 pm
IMG-20191224-WA0017

শিৱসাগৰত মঙলবাৰে অনুষ্ঠিত গণ সংকল্প কাৰ্যসূচীৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাচিত বৰফুকনে বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেই সময়ত বিজেপি চৰকাৰ থকা হ’লে লাচিত বৰফুকনক দেশদ্ৰোহী সজাই কাৰাগাৰত থলেহেঁতেন। এই মন্তব্য কৰে একালৰ প্ৰতাপী ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহাই।

শিৱসাগৰত আজি বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত গণ সংকল্প কাৰ্যসূচীত অংশ লৈছিল অসম আন্দোলনৰ নেতাগৰাকীয়ে।

Apply Now

তেওঁ কয় যে চৰকাৰ তথা আৰক্ষীয়ে আমাক সংযমী হ’বলৈ কৈছে। সংযম শব্দটো কেৱল আমাৰ বাবেহে নেকি। পাঁচটা নিৰীহ যুৱকক গুলিয়াই হত্যা কৰোতে অসম আৰক্ষীৰ সংযম ক’ত আছিল বুলি তেওঁ প্ৰশ্ন কৰে।

‘’সৰ্বানন্দ সোনোৱালক মই বদন বুলি কম,জেলত থয় কত থয় থওক। তেৰ বছৰ জেলত থকা অভিজ্ঞতা আছে,’’-চহিহাই কয়।

এইবাৰ সঁচা অৰ্থত পৰিৱৰ্নত হব। বড়ো,কাৰ্বিৰ লগতে সমগ্ৰ অসমৰ পৰা লাচিতক বিচাৰি এই বাৰ মুখ্য মন্ত্ৰী পাতিম বুলি মন্তব্য কৰে ৰমু চলিহাই।

আনহাতে, অধিবক্তা জোনমণি দেৱী খাউণ্ডে কয়,’’বৰ্তমান সময়ত অসমত কা’ৰ প্ৰয়োজন নাছিল। অসমৰ ৰাইজৰ দাবী সমুহক আওকাণ কৰি নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে হিটলাৰী কয়দাৰে ৰাইজে নিবিচৰা নাগৰিকত্ব সংশোধনী আইন জাপি দিছে। যাৰ বাবে আজি অসম জ্বলিছে।‘’

তেওঁ লগতে কয়, ‘’অসমৰ ৰাইজ সংগ্ৰামী ৰাইজ, অসমৰ ইতিহাস সংগ্ৰামী ইতিহাস, গতিকে অসমৰ ৰাইজ অজি কা’ৰ বিৰুদ্ধে সংঘবদ্ধ হৈছে, সংকল্পবদ্ধ হৈছে। চৰকাৰে এই আইন বাতিল কৰিবই লাগিব।‘’

বৰ্তমান সময়ত চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে গ্ৰেপ্তাৰ কৰে, ই তেওঁলোকৰ ফেচীবাদী চৰিত্ৰ উদঙাই দিছে। ইয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ তৰিবলৈ আহ্বান জনায় জোনমণি দেৱী খাউণ্ডে।

গণ সংকল্প কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, বিশিষ্ট সাংবাদিক মণিৰুল ইছলাম বড়া, অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসকে ধৰি বহু ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

শেষত উপস্থিত সকলো ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন কৰি যোৱাৰ সংকল্প লয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

পাহৰণিৰ গৰ্ভত থকা ইতিহাস: আমেৰিকাৰ স্বাধীনতাত মহীশূৰৰ হাইদৰ আলী আৰু টিপু চুলতানৰ অৱদান

July 4, 2026 5:19 pm
পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd