DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ কাউলীত সুলভ মূল্যৰ এজেন্টৰ অনুজ্ঞা পত্ৰ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 7, 2021 1:15 pm
mojk
282
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ২ নং পূব কুমাৰীকাটা বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত ২ নং কাউলীত স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

গাঁও খনৰ সুলভ মূল্যৰ এজেন্ট সুভাষ বৰ্মনে নিশাৰ এন্ধাৰত গোপনে একাংশ লোকক চাউল বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ।

প্ৰতিবাদ কৰিবলৈ এইদৰে গাঁওৰ পুৰুষ-মহিলা আৰু বৃদ্ধই ওলাই আহে ৰাজপথলৈ।

এজেণ্টৰ ওপৰত স্থানীয় ৰাইজে ক্ষোভিত হৈ পৰাৰ লগতে এজেন্ট সুভাষ বৰ্মন মূর্দাবাদ, যোগান বিভাগ হায় হায়, আমাৰ প্ৰাপ্য চাউল লাগিবই লাগিব, সুভাষ বৰ্মনৰ অনুজ্ঞা পত্ৰ বাতিল কৰক আদি শ্লোগানেৰে উত্তাল কাউলীৰ আকাশ বতাহ।

ঘটনাৰ তদন্ত কৰি শীঘ্ৰেই এজেণ্টৰ অনুজ্ঞা পত্ৰ বাতিল কৰি নতুন এজেণ্ট দিয়াৰ দাবী উত্থাপন গাঁওবাসীৰ।
দীর্ঘ দিনে অন্ন সুৰক্ষা আঁচনিৰ প্ৰাপ্য চাউলৰ পৰা হিতাধিকাৰীক বঞ্চিত কৰি অহাৰ অভিযোগ এজেন্ট গৰাকীৰ ওপৰত।

মাহেকৰ মূৰত হিতাধিকাৰীক খাদ্য যোগান ধৰাৰ বিপৰীতে তিনি মাহৰ মূৰে মূৰে চাউল দিয়াৰ কথা উল্লেখ কৰিছে ৰাইজে।
অঞ্চলটোৰ অন্যান্য এজেন্টে হিতাধিকাৰীক সুচাৰুৰূপে চাউল আদি দিয়াৰ বিপৰীতে ২ নং কাউলীৰ এজেন্ট সুভাষ বৰ্মনে বহু বছৰ ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সামগ্ৰী বিতৰণত খেলি-মেলি কৰাৰ লগতে পূৰ্বতেও হিতাধিকাৰীৰ চাউল বিক্ৰী কৰাৰ অভিযোগ আছে বুলি মন্ত্যৱ কৰিছে গাঁওখনৰ ৰাইজে।

সুলভ মূল্যৰ এজেন্ট জনৰ বিৰুদ্ধে কেইবা বাৰো তামুলপুৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্য্যালয়ত অভিযোগ দাখিল কৰা স্বত্তেও বিষয়টোৰ  ওপৰত কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে গাঁওখনৰ হিতাধিকাৰীয়ে।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd