DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাস্তিদানৰ পূৰ্বে মৃত্যু হ’লে তিনিদিন ফাঁচীকাঠত ওলোমাই ৰখা হ’ব পাৰভেজ মুশ্বাৰফৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2019 6:07 pm
images

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফ।

22.9k
VIEWS
Share on FacebookShare on Twitter

আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী হোৱাৰ পূৰ্বে যদি পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ মৃত্যু হয়, তেতিয়াহ’লে তেওঁৰ মৃতদেহ তিনিদিন ধৰি ফাঁচীকাঠত ওলোমাই ৰখা হ’ব।

বৃহস্পতিবাৰে পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে আদালতে দিয়া বিতং ৰায়টোত এই নিৰ্দেশ দিয়া হৈছে।

যোৱা মঙলবাৰে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত মুশ্বাৰফক দোষী সাৱ্যস্ত কৰি এখন তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে মৃত্যুদণ্ডৰ ৰায় দিয়ে।

বৃহস্পতিবাৰে বিতং ৰায়টোত কোৱা হৈছে,’’পৰ্যবেক্ষণৰ পাছত আমি প্ৰতিটো অভিযোগত অভিযুক্তক দোষী সাৱ্যস্ত কৰিছো। এনে অপৰাধৰ বাবে তেওঁৰ মৃত্যুদণ্ডই উচিত শাস্তি। শাস্তিৰ পূৰ্বে যদি তেওঁৰ মৃত্যু হয়, তেনেহ’লে তেওঁৰ মৃতদেহ ইছলামাবাদৰ চেন্ট্ৰেল স্কোৱেৰলৈ টানি আনি তিনিদিনলৈ ফাঁচীকাঠত ওলোমাই ৰখা হ’ব।‘’

আদালতৰ এনে ৰায়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে এয়া ব্যক্তিগত আক্ৰোশৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।

বৰ্তমান ডুবাইৰ এখন হাস্পাতলত চিকিৎসাধীন হৈ থকা মুশ্বাৰফে দিয়া এক অডিঅ’ বাৰ্তাত আদালতৰ ৰায়টোক সন্দেহজনক বুলি ব্যক্ত কৰিছে। সংবিধান অনুসৰণ কৰি এনে ৰায় দিয়া হোৱা নাই বুলি তেওঁ মন্তব্য কৰে।

উল্লেখযোগ্য যে ১৯৯৯চনৰ পৰা ২০০৮ চনলৈকে পাকিস্তানৰ শাসনভাৰ চম্ভালিছিল পাৰভেজ মুশ্বাৰফে।

কাৰ্গিল যুদ্ধত পৰাজিত হোৱাৰ পাছতে তদানীত্বন প্ৰধান মন্ত্ৰী নৱাজ শ্বৰীফক অঁতৰাই তেওঁ ক্ষমতা দখল কৰিছিল।

২০০২চনত ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হোৱাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি সেনা প্ৰধানৰ দায়িত্ব এৰি দিবলৈ পাৰভেজ মুশ্বাৰফে অস্বীকাৰ কৰিছিল।

২০০৭ বৰ্ষত মুশ্বাৰফৰ বিৰুদ্ধে বহুকেইটা গোচৰ দাখিল হোৱাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক তেওঁ বৰ্খাস্ত কৰিছিল।

ইয়াৰ পাছতে মুশ্বাৰফৰ বিৰুদ্ধে দেশত বিক্ষোভ আৰম্ভ হয় আৰু অৱশেষত বাধ্য হৈ তেওঁ ক্ষমতাৰ পৰা বিদায় ল’বলৈ বাধ্য হয়।

Recent News

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd