DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতি লিটাৰত ৫-৬টকাকৈ বাঢ়িব পেট্ৰ’ল-ডিজেলৰ দৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 1:58 pm
petro-ksCG--621x414@LiveMint 7

প্ৰতিনিধিত্বমূলক ফটো

1.8k
VIEWS
Share on FacebookShare on Twitter

চৌদি তেল উৎপাদন কোম্পানীত ড্ৰোণ আক্ৰমণৰ তেলৰ বজাৰত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ভাৰতত তেলৰ দৰ অহা পোন্ধৰ দিনত ৫-৬টকা বৃদ্ধি পাব পাৰে।

বিশেষজ্ঞসকলে এনে অনুমান কৰি লগতে কৈছে যে ইয়াৰ ফলত বয়-বস্তুৰ দৰ বৃদ্ধিৰ সম্ভাৱনাও আছে।

দেওবাৰে চৌদি আৰৱৰ তেল উৎপাদন কোম্পানী আৰামকোত য়েমেনৰ হুতি বিদ্ৰোহীয়ে চলোৱা আক্ৰমণৰ ফলত কোম্পানীটোৰ দুটা উৎপাদন গোটৰ ব্যাপক ক্ষতি হয়।

ইয়াৰ ফলত অপৰিশোধিত তেল উৎপাদন একেকোবে ৫ শতাংশ কমি গৈছে।

অপৰিশোধিত তেল উৎপাদন কমি যোৱাৰ ফলত আন্তৰ্জাতিক বজাৰত তেলৰ দৰ একেকোবে প্ৰতি বেৰেলত ২০ শতাংশ বাঢ়ি গৈছে।

আন্তৰ্জাতিক বজাৰত তেলৰ দৰ বৃদ্ধি পোৱাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।

উল্লেখযোগ্য যে যোৱা ৮ ছেপ্টেম্বৰৰ পৰাই পেট্ৰ’লৰ দৰ ক্ৰমে বৃদ্ধি পাই আহিছে। মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দৰ ৭৪.৩০ টকা আৰু ডিজেলৰ দৰ প্ৰতি লিটাৰত ৬৮.৫৮টকা।

আনহাতে, যোৱা ৮ ছেপ্টেম্বৰত গুৱাহাটীত পেট্ৰলৰ প্ৰতিলিটাৰত দৰ আছিল ৭৩.৮৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত আছিল ৬৮.০৬টকা।

চৌদিৰ আক্ৰমণৰ ঘটনাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰটো ইয়াৰ প্ৰভাৱ পৰিছে। পৰিস্থিতিলৈ চাই দেশখনে তেওঁলোকৰ মজুত থকা তৈল ভাণ্ডাৰ খোলাৰ কথা ভাবিছে।

Recent News

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd