• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অব্যাহত পেট্ৰ’ল-ডিজেলৰ শতকীয় ইনিংছ, পূৰ্ব অভিলেখ ভংগ কৰি নতুন ৰেকৰ্ড স্থাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 2:30 pm
Petrol-Diesel Prices Hiked Again
297
VIEWS
Share on FacebookShare on Twitter

মোদী চৰকাৰৰ তত্বাৱধানত পেট্ৰ’ল-ডিজেলে নিজৰ শতকীয় ইনিংছ সম্পূৰ্ণ কৰাৰ পিছতো অব্যাহত ৰাখিছে ইনিংছ!

ক্ৰমাগত ভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই থকাৰ পিছত পেট্ৰ’লৰ দামে শতকৰ ঘৰ স্পৰ্শ কৰাৰ পিছত ডিজেলেও তৃতীয় অংকৰ যাদুকৰী সংখ্যা স্পৰ্শ কৰিছে।

আজি একেৰাহে দ্বিতীয় দিনৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈ সৰ্বকালৰ সৰ্বাধিক মূল্যত উপনীত হৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ হাৰ ৩৫ পইচা বৃদ্ধি হৈ শেহতীয়া বৃদ্ধিৰ পিছত ক্ৰমে ১০৬.৫৪ আৰু ৯৫.২৭ টকা হৈছে।

পেট্ৰ’লৰ মূল্য এতিয়া বিমান সেৱাত ব্যৱহৃত বিমান টাৰ্বাইন ইন্ধন (জেট ইন্ধন) বিক্ৰী কৰা মূল্যতকৈ প্ৰায় ৩৫ শতাংশ বেছি। দিল্লীৰ জেট ইন্ধনৰ প্ৰতি লিটাৰত প্ৰায় ৭৯ টকা ব্যয় হয়।

মুম্বাইত, এক লিটাৰ পেট্ৰ’লৰ মূল্য এতিয়া ১১২.৪৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০৩.২৬ টকাত বিক্ৰী হয়। চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৩.৬১ টকা হৈছে; আনহাতে ডিজেলৰ মূল্য হৈছে ৯৯.৫৯ টকা।

চৰকাৰী তেল শোধনাগাৰৰ মতে চাৰিখন মেট্ৰ’ চহৰৰ ভিতৰত মুম্বাইত ইন্ধনৰ হাৰ সৰ্বাধিক।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd