DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰবাৰ মাধমাৰ : দেশত পুনৰ ক্ৰমাগতভাৱে তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 10:50 am
index.jpgaa
240
VIEWS
Share on FacebookShare on Twitter

ছটা সপ্তাহৰ পিছত ক্ৰমাগত তিনি দিন সমগ্ৰ দেশজুৰি ইন্ধজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে।

ছটা সপ্তাহৰ পিছত যোৱা মংগলবাৰে সমগ্ৰ দেশজুৰি পুনৰ ইন্ধজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে বুধবাৰেও বৃদ্ধি পাইছিল পেট্ৰল আৰু ডিজেলৰ মূল্য। আজি বৃহস্পতিবাৰেও বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য।

মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পোৱাৰ পিছত বুধবাৰে সমগ্ৰ দেশতে পুনৰ প্ৰতি লিটাৰ পেট্ৰলত ১৯ পইচা আৰু ডিজেলত ২১ পইচাকৈ বৃদ্ধি পাইছিল।

ইয়াৰ পিছতে আজি প্ৰতি লিটাৰ পেট্ৰলৰ ২৫ পইচা আৰু ডিজেলৰ ৩০ পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে সম্পূৰ্ণ ১৮ দিনৰ পিছত যোৱা মংগলবাৰে দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল।

যোৱা ১৫ এপ্ৰিলৰ পৰা মংগলবাৰ অৰ্থাৎ ৪ মে’লৈকে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল।

তাৰ পূৰ্বে যোৱা ১৫ এপ্ৰিলত প্ৰতি লিটাৰ পেট্ৰলত ১৪ পইচা আৰু ডিজেলত ১৬ পইচাকৈ বৃদ্ধি কৰা হৈছিল।

অৱশ্যে চলিত বছৰৰ ২৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰলত ৭৭ পইচা আৰু ডিজেলত ৭৪ পইচাকৈ মূল্য হ্ৰাস কৰা হৈছিল।

ইফালে চলিত বৰ্ষত দেশত অভিলেখসংখ্যক ২৭ বাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে।

যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে প্ৰতি লিটাৰ পেট্ৰলত ৭.৭১ টকা আৰু ডিজেলত মূল্য ৭.৯০ টকাকৈ মূল্য বৃদ্ধি পাইছে।

Recent News

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd