• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্য্যায়ত ৰাজ্যত ভোটদানৰ হাৰ ৭৮.২৩ শতাংশ; কলিয়াবৰত সৰ্বাধিক হাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2019 7:40 pm
Duliajan-casting vote

দুলীয়াজানৰ এটা ভোটকেন্দ্ৰৰ দৃশ্য। ১১ এপ্ৰিলত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ২০খন ৰাজ্যৰ ৯১টা সমষ্টিত। অসমতো পাঁচটা সমষ্টি ক্ৰমে তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হয় ভোটগ্ৰহণ।

ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পাঁচোটা সমষ্টিৰ সামগ্ৰিক ভোটদানৰ হাৰ ৭৮.২৩ শতাংশ। পাঁচোটা সমষ্টিৰে সৰ্বমুঠ ভোটাৰ ৭৬,০৩,৪৫৮ গৰাকী। সৰ্বমুঠ ভোটাৰৰ ৫৯,৪৮,১৮৫গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

Apply Now

৯ নং তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৪,৯৪,৮৭৮গৰাকী। ভোটদান কৰা ভোটাৰ ১১,৮৩,১৯৬গৰাকী। হাৰ ৭৯.১৫ শতাংশ। সমষ্টিটোৰ ১৮৮০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ আছিল ৭৭.৮৬ শতাংশ।

১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১৭,৩১,৬১০গৰাকী। ইয়াৰে ৮২.০৯ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত উক্ত সমষ্টিত মুঠ ১৩,৭২,৪৩০গৰাকী ভোটাৰে ভোটদান কৰিলে। সমষ্টিটোৰ ২১৭৪টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৮০.০১ শতাংশ আছিল।

১২ নং যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৩,৬০,৩২৮গৰাকী। ইয়াৰে ৭৭.৪৯ শতাংশ ভোটাৰে ভোটদান কৰিলে। সংখ্যা হিচাপত ১০,৫৪,১১৮ গৰাকী ভোটাৰে সমষ্টিটোত ভোটদান কৰিলে। সমষ্টিটোৰ ১৭৫৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৫.৪৫ শতাংশ আছিল।

১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিটোত মুঠ ভোটাৰ ১৩,১২,১৯৫গৰাকী। ভোটাধিকাৰ সাব্যস্ত কৰে ১০,১৩,৮০২ গৰাকী ভোটাৰে। হাৰ ৭৭.২৬ শতাংশ। সমষ্টিটোত মুঠ ১৬৫৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৯.২৫ শতাংশ আছিল।

আনহাতে, ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৭,০৪,৪৪৭গৰাকী। এই সংখ্যাৰ ৭৪.৮১ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে। সংখ্যা হিচাপত ভোট দিয়া লোক ১২,৭৬,১১৯গৰাকী। সমষ্টিটোৰ মুঠ ২১১০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত ভোটৰ হাৰ ৭৭.৭১ শতাংশ আছিল।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd