• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰিহন দৈমাৰী কোনো কামৰ মন্ত্ৰী নহয় : আমৰণ অনশনত বহিল PHE ৰ অস্থায়ী শ্ৰমিক-কৰ্মচাৰী

প্ৰতিবাদকৰি আটক; দাবী মানি নোলোৱা পৰ্যন্ত আমৰণ অনশনৰ হুংকাৰ PHE অস্থায়ী শ্ৰমিক-কৰ্মচাৰীৰ

NE NOW NEWS জাহ্নৱী বৰুৱা
গুৱাহাটী , February 8, 2021 3:31 pm

1 min read

182
VIEWS
Share on FacebookShare on Twitter

ৰিহন দৈমাৰী কোনো কামৰ মানুহ নহয় বুলি গুৰুত্বৰ অভিযোগ তুলিছে জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলে।

আজি গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিউমৰ সন্মুখত আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে।

উক্ত অনশনত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী উৎপল গোস্বামীয়ে কয় “আমাৰ নিযুক্তিৰ ক্ষেত্ৰত কোনো স্থায়ী সিদ্ধান্ত নোলোৱা পৰ্যন্ত আমি আমৰণ অনশন চলাই যাম।”

“আমি যোৱা ৫ বছৰে ধৰি ১ টকাও দৰমহা পোৱা নাই, ৰিহন দৈমাৰী বিধায়কৰে যোগ্য নহয় মন্ত্ৰীৰ যোগ্য কেনেকৈ হ’ব” গোস্বামীয়ে ক্ষোভ প্ৰকাশ কৰি কয় ।

আনহাতে হৰকান্ত দাস নামৰ আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় “আমি এই কাৰ্যসূচী কিমান দিনলৈ চলাম আমি ক’ব নোৱাৰো। এই দাবী মানি ল’ম বুলি লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত আমি এই কাৰ্যসূচী চলাই যাম।”

প্ৰতিবাদকাৰীৰ পাঁচ ঘন্টিয়া নেৰা নেপেৰা প্ৰতিবাদৰ অন্তত আৰক্ষীয়ে আটক কৰি বশিষ্ঠ থানা লৈ লৈ যায় প্ৰতিবাদকাৰীসকলক।

উল্লেখযোগ্য যে অসমত ৮,৯০৪ গৰাকী তেনে স্থায়ী নিযুক্তি লাভ নকৰা প্ৰতিবাদকাৰী আছে।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd