• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত শীঘ্ৰে অসম্পূৰ্ণ পানী যোগান আঁচনি আৰু শৌচাগাৰ নিৰ্মাণৰ নিৰ্দেশ মন্ত্ৰী ৰিহন দৈমাৰীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 11, 2019 9:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী তথা সমবায় বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এক বিশেষ পৰ্য্যালোচনা সভাত অংশ গ্ৰহণ কৰি দুয়োটা বিভাগৰ অধীনত জিলাখনত চলি থকা কাম-কাজ আৰু আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়।

সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সমবায় সমিতি সমূহৰ পঞ্জীয়ক ললিত গগৈ, উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোণোৱাল আৰু নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপাৰ উপস্থিত থাকে।

Apply Now

সভাত মন্ত্রীগৰাকীয়ে জিলা জল আৰু অনাময় সমিতিৰ বিভিন্ন কাম-কাজ যেনে স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ, গোবৰধন, আই ই চি (IEC) উদ্যোগ আদিৰ বিষয়ে আলোচনা কৰে।

 কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়ৰ ২০২৪ চনৰ ভিতৰত দেশত ‘হৰ ঘৰ নল কা জল’ লক্ষ্য প্ৰাপ্তিৰ বাবে জিলাখনৰ বিভাগীয় বিষয়া সকলকো কাম কৰি যাবলৈ আহ্বান জনায়।

মন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত খোৱা পানীৰ গুণাগুণ পৰীক্ষা কৰোৱাত গুৰুত্ব আৰোপ কৰে। তেওঁ জিলাখনৰ তিনিখন পৰীক্ষাগাৰৰ অৱস্থা সম্পৰ্কেও বুজ লয়।

 জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলক বিভাগৰ অসম্পূৰ্ণ কাম-কাজ অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ উপৰিও পাৰ্যমানে সৌৰশক্তিক বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

 মন্ত্ৰী গৰাকীয়ে জিলাখনক অতিশীঘ্ৰে মুকলিত মলত্যাগ মুক্ত জিলা হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত শৌচাগাৰ নিৰ্মাণৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। লগতে শৌচাগাৰ নিৰ্মাণৰ সময়ত এই সমূহৰ গুণগত মানৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈও তেওঁ নিৰ্দেশ দিয়ে।

 তাৰোপৰিত সভাত মন্ত্ৰী দৈমাৰীয়ে সাম্ভাব্য বানপানীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিষয়ে বিভাগীয় প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে বুজ লয়।

সমবায় বিভাগৰ কামকাজৰ পৰ্য্যালোচনা কালত মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলক সমবায় সমিতি সমূহ পুনৰুজ্জীৱিত কৰি এই সমূহক উৎপাদনমুখী আৰু বজাৰ ব্যৱস্থাৰ লগত সংযোগ বৃদ্ধিত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।

সমবায় সমিতিৰ সদস্য সকলৰ কৌশল বিকাশৰ বাবে  বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ পোষকতা কৰি মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত জিলাখনত থকা অসম ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ পৰা কাৰিকৰী সহযোগিতা গ্ৰহণ কৰিবলৈও আহ্বান জনায়।

জিলাখনক প্লাষ্টিক-মুক্ত কৰাৰ অৰ্থে সমবায় সমিতি সমূহৰ মাধ্যমেৰে মৰাপাটৰ বেগ আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰচেষ্টা কৰিবলৈও মন্ত্রী গৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd