• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক পৰিচয়েৰে অসমৰ কংগ্ৰেছ নেতাৰে যোগাযোগ : কল পৰীক্ষাত ধৰা পৰিল সেয়া বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰাহে আছিল

ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অৱগত ববিতা শৰ্মা আৰু দুলু আহমেদৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 24, 2018 8:28 pm
Bobeeta Sharma

বিজেপিৰ কাৰ্য্যালয়ৰ পৰা সাংবাদিক পৰিচয়েৰে যোগাযোগ সম্পৰ্কত ববিতা শৰ্মা আৰু দুলু আহমেদৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিক বুলি পৰিচয় দি সমষ্টিৰ বিভিন্ন তথ্য বিচাৰি কৰা ফ’ন কলক লৈ তৎপৰ হৈছে কংগ্ৰেছৰ ববিতা শৰ্মা আৰু দুলু আহমেদ। এই কাৰ্য বিজেপিয়ে কৰা বুলি অভিযোগ উত্থাপন কৰি বিষয়টো আৰক্ষীক অৱগত কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে।

সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ববিতা শৰ্মাই কয়, “বিজেপিয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ এইবাৰ সাংবাদিকৰ মিছা পৰিচয় দি কংগ্ৰেছৰ পৰা তথ্য ল’ব বিচাৰিছে। তেওঁলোকে এইদৰে আমাৰ কণ্ঠৰ নমুনা (Voice sample) লৈ সেয়াও অপব্যৱহাৰ কৰিব পাৰে। যিহেতু সন্মুখত নিৰ্বাচন আছে, গতিকে তেওঁলোকে এনে কিছুমান কাৰ্যকলাপ আৰম্ভ কৰিছে।”

Apply Now

উল্লেখ্য যে যোৱা ২১ ছেপ্তেম্বৰত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মালৈ কোনো লোকে নিজকে এন ডি টি ভি নামৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক বুলি পৰিচয় দি ফোন কৰিছিল। লোকজনে ববিতা শৰ্মাৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা পূব গুৱাহাটী সমষ্টিৰ কিছুমান তথ্য ‘এগজিট পল’ৰ সমীক্ষাৰ বাবে বিচাৰিছিল।

একেদৰেই সাংবাদিকৰ পৰিচয় দিয়া ব্যক্তিয়ে সামান্য অগাপিছাকৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, দুলু আহমেদ, জয়নাথ শৰ্মাকে ধৰি কেইবাজনো কংগ্ৰেছ নেতালৈ ফোন কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত কল কৰা নম্বৰসমূহ পৰীক্ষা কৰাত সেয়া বিজেপিৰ নতুন দিল্লীৰ ১১ আশোকা ৰ’ডত থকা বিজেপিৰ কাৰ্যালয়ৰ বুলি কংগ্ৰেছ নেতাকেইগৰাকীয়ে জানিব পাৰিছিল।

এই সন্দৰ্ভত ববিতা শৰ্মাই কয়, “বিজেপিয়ে বিৰোধী দলৰ তথ্য উলিয়াবলৈ নিবনুৱা যুৱকক দৰমহা দি সাংবাদিক সজাই ৰাখিছে।”

ইপিনে, এই ঘটনা সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা কথাষাৰ ববিতা শৰ্মাই হাস্যকৰ বুলি মন্তব্য কৰে।

ৰূপম গোস্বামীয়ে কৈছিল, “বিজেপিৰ কাৰ্যালয়লৈ বহু সাংবাদিক আহি থাকে, তেওঁলোকৰ কোনোবাই কাৰ্যালয়ৰ ফোন বাতৰি সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিব পাৰে।”

এই ঘটনা সন্দৰ্ভত ফোনকল লাভ কৰা আন এগৰাকী কংগ্ৰেছ নেতা দুলু আহমেদে সংবাদমেলত কয়, “যিহেতু সন্মুখত নিৰ্বাচন আহি আছে গতিকে বিজেপিয়ে আমাৰ দলৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ এই ধৰণৰ কাৰ্যৰ আশ্ৰয় লৈছে। ৰাইজ এতিয়া কংগ্ৰেছমুখী হৈছে, গতিকে বিজেপি শংকিত হৈ পৰিছে।”

উল্লেখযোগ্য যে সোমবোৰে ববিতা শৰ্মা আৰু দুলু আহমেদে এখন পত্ৰযোগে এই ঘটনাটো আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক অৱগত কৰে। পৰবৰ্তী সময়ত দলৰ মজিয়াত বিষয়টো আলোচনা কৰি গোচৰ ৰুজু কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলিও ববিতা শৰ্মাই জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd