• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Sipajhar Eviction:গৰুখুঁটিত প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱা ফটোগ্ৰাফাৰ বিজয় শংকৰ বনিয়াক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2021 8:00 am
WhatsApp Image 2021-09-24 at 7.30.43 AM
158
VIEWS
Share on FacebookShare on Twitter

Sipajhar Eviction: ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ অভিযানৰ সময়ত প্ৰতিবাদকাৰীক আক্রমণ কৰা যুৱকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

অসম আৰক্ষীৰ শীৰ্ষ বিষয়া জি পি সিঙে টুইটাৰযোগে সদৰী কৰিছে এই কথা।

সিঙে জানিবলৈ দিয়া মতে এই ঘটনাৰ তদন্তৰ বাবে চিআইডি শাখাত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান অভিযুক্ত চিআইডিৰ জিম্মাতে আছে।

অভিযুক্ত ফটোগ্ৰাফাৰজনৰ নাম হৈছে বিজয় শংকৰ বনিয়া।

এগৰাকী ফটোগ্ৰাফাৰ হিচাপে  ঘটনাস্থলীত উপস্থিত থকা ফটোগ্ৰাফাৰগৰাকীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ ছবি ভাইৰেল হোৱাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

আৰু পঢ়ক: উচ্চতম ন্যায়ালয়ে বিশেষজ্ঞ কমিটি গঠন কৰি তদন্ত কৰিব পেগাছাছ কাণ্ডৰ; অহা সপ্তাহত দিব নিৰ্দেশ

ফটোগ্ৰাফাৰগৰাকীয়ে গুলীবিদ্ধ হৈ পৰি ৰোৱা এগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰাৰ দৃশ্যও ভাইৰেল হৈ পৰিছে।

বিজয় শংকৰ বনিয়া দৰং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ফটোগ্ৰাফাৰ।অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীৰ অধীনত আছিল বিজয়।

Reference video of incident at Gorukhuti, Darrang – the said cameraman has been arrested in a case registered with @AssamCid in connection with the incident. @mygovassam @CMOfficeAssam @assampolice

— GP Singh (@gpsinghips) September 23, 2021

তেওঁক উচ্ছেদৰ দিনটোৰ কাৰ্যসূচী কেমেৰাত আৱদ্ধ কৰাৰ বাবে প্ৰশাসনে দায়িত্ব অৰ্পণ কৰিছিল।

উল্লেখ্য যে প্ৰথমতে ফটোগ্ৰাফাৰজনৰ এই আক্ৰমণৰ ঘটনা ভাইৰেল পৰাৰ পাছত তেওঁক এগৰাকী সাংবাদিক বুলি অনুমান কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আনকি সাংবাদিক সংস্থাকে ধৰি বিভিন্ন দল-সংগঠনে ‘সাংবাদিকগৰাকী’ৰ কাৰ্যক গৰিহনা দি তদন্তৰ দাবীও কৰিছিল।

Recent News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd