• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক ৱেভছ ২০২৫ শীৰ্ষ সন্মিলন সন্দৰ্ভত পিআইবি গুৱাহাটীৰ উদ্যোগত ‘বাৰ্তা’ শীৰ্ষক কৰ্মশালাৰ আয়োজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2025 5:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিশ্ব দৃশ্য শ্ৰাব্য মনোৰঞ্জন সন্মিলন (WAVES) ২০২৫ৰ এক আভাস প্ৰদানৰ উদ্দেশ্যে বৃহস্পতিবাৰে গুৱাহাটীৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পিআইবি), গুৱাহাটী কাৰ্যালয়ে  ‘বাৰ্তা’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰে।

পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱৰ অধ্যক্ষতাত কৰ্মশালাখন  অনুষ্ঠিত হয়।  ভাষণ প্ৰসংগত  যাদৱে বিশ্বৰ মঞ্চত ভাৰতৰ দৃশ্য-শ্ৰাব্য খণ্ডৰ ক্ৰমবৰ্ধমান গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি  উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক প্ৰতিভাৰ প্ৰচাৰ আৰু গল্প কথনৰ প্ৰসাৰতাৰ  ক্ষেত্ৰত সংবাদ মাধ্যমে ল’ব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।

Apply Now

কৰ্মশালা খনত মূল বক্তব্য প্ৰদান কৰে পিআইবিৰ উপ-সঞ্চালক পাৱনী গুপ্তাই। গুপ্তাই  ৱেভছ  শীৰ্ষ সন্মিলন আৰু ইয়াৰ বিভিন্ন স্তম্ভৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। তেওঁ অনুষ্ঠানটোৰ উদ্দেশ্য, গাঁথনি আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ বিষয়ে এক আভাস প্ৰদান কৰাৰ লগতে সন্মিলনৰ বিশদ সময়সূচী তথা দেশৰ বিভিন্ন প্ৰান্তৰ সমল সৃষ্টিকৰ্তা, প্ৰযোজক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলৰ বাবে অনুষ্ঠানটোৱে  মুকলি কৰা  সুযোগসমূহৰ বিষয়েও সাংবাদিকসকলক অৱগত কৰে।

গুপ্তাই লগতে কয় যে  ৱেভছ ২০২৫  হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থনত  আয়েজিত অনুষ্ঠিত এক বিশেষ অনুষ্ঠান।  ৱেভছ ২০২৫ক  চলচ্চিত্ৰ, টেলিভিছন, অ’টিটি, এনিমেচন, গেমিং আৰু অত্যাধুনিক প্ৰযুক্তিকে ধৰি দৃশ্য-শ্ৰাব্য উদ্যোগৰ অভিসৰণ উদযাপন কৰাৰ এক বিশ্বজনীন মঞ্চ হিচাপে কল্পনা কৰা হৈছে বুলি তেওঁ কয়। এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰতীয় সংবাদ মাধ্যমৰ বিশ্বব্যাপী বজাৰ অংশীদাৰিত্ব বৃদ্ধি কৰি ভাৰতক গ্ল’বেল কন্টেন্ট হাব আৰু কন্টেন্টৰ অগ্ৰণী ৰপ্তানিকাৰক হিচাপে গঢ়ি তোলা।

কৰ্মশালাত  ভাষণ আগবঢ়াই  কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ  দীপাংকৰ গগৈয়ে আগন্তুক সন্মিলন খনত উত্তৰ-পূৰ্বাঞ্চলৰ অসংখ্য শিল্পীৰ অংশগ্ৰহণৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। তেওঁ কয় যে এই অনুষ্ঠান হৈছে আঞ্চলিক প্ৰতিভাৰ  অধিক অন্তৰ্ভুক্তি আৰু  ৰাষ্ট্ৰীয় সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰাৰ দিশত  এক গুৰুত্বপূৰ্ণ পদক্ষেপ।পিআইবি, দূৰদৰ্শন নিউজৰ লগতে কেইবাটাও আঞ্চলিক সংবাদমাধ্যমৰ প্ৰতিনিধিসকলেও এই কৰ্মশালাত  অংশগ্ৰহণ কৰে। কৰ্মশালাৰ সামৰণি পৰে এক আকৰ্ষণীয় পাৰস্পৰিক মত-বিনিময় কাৰ্যসূচীৰ মাজেৰে।  য’ত সাংবাদিকসকলে ৱেভছ শীৰ্ষ সন্মিলন আৰু ইয়াৰ বা-বাতৰি প্ৰচাৰৰ বিষয়ে নিজৰ দৃষ্টিভংগী ব্যক্ত কৰাৰ লগতে  এই সন্দৰ্ভত জানিবলগীয়া নানান প্ৰশ্ন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd