• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞানৰ চমৎকাৰ! বিশ্বত প্ৰথম জীৱিত মানৱ শৰীৰত সংৰোপণ কৰা হৈছে গাহৰিৰ কিডনি; মসৃনভাৱে কৰিছে কাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 12:17 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ চমৎকাৰ। এইবাৰ প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত গাহৰিৰ বৃক্ক (কিডনি) সংৰোপণ কৰা হৈছে। অস্ত্ৰোপচাৰটোও প্ৰায় এশ শতাংশ সফল হৈছে। ইমানদিনে ব্ৰেইন ডেথ হোৱা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। বিশ্বত এই প্ৰথমবাৰৰ বাবে জীৱিত আৰু চেতন থকা ৰোগীৰ শৰীৰত গাহৰিৰ বৃক্ক সংস্থাপন কৰা হৈছে।

কেৱল সেয়াই নহয়, যিটো গাহৰিৰ পৰা বৃক্ক লোৱা হৈছিল, সেই গাহৰিটোক পূৰ্বে জিনগতভাৱে পৰিৱৰ্তন কৰা হৈছে। অৰ্থাৎ জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ শৰীৰৰ পৰা বৃক্ক লৈয়েই মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা হৈছে।

আমেৰিকাৰ বষ্মেটনৰ ছাচুচেটছ জেনেৰেল হস্পিতালৰ ডাঃ টাটছুও কাৱাইয়ে কয় যে গাহৰিৰ বৃক্কটো মানুহৰ শৰীৰে গ্ৰহণ কৰিছে। বৃক্কটোৱে কাম কৰিবলৈও আৰম্ভ কৰিছে। বৃক্কৰ কাৰ্য্যক্ষমতা স্বাভাৱিক। মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰা গাহৰিৰ হৃদপিণ্ড এটাই সফলতাৰে কাম কৰিব পৰা নাই। কিন্তু কিডনী মসৃনভাৱে চলিছে।

Apply Now

লগতে পঢ়কঃ আইছিছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আটক হ’ল আই আই টি-গুৱাহাটীৰ ছাত্ৰ

বষ্টনৰ বাসিন্দা ৰিচাৰ্ড স্লেইমেনৰ দুয়োটা বৃক্ক বিকল হৈছিল। যোৱা সাত বছৰে ডায়েলাইছিছ কৰি আছিল। চিকিৎসকে বুজি পাইছিল যে কিডনী ট্ৰান্সপ্লাণ্ট কৰিব লাগে। ৰিস্ক লৈ গাহৰিৰ বৃক্ক প্ৰতিস্থাপন কৰিছিল। কিন্তু প্ৰতিস্থাপনৰ পূৰ্বে পৰীক্ষাগাৰত প্ৰাণীটোৰ বৃক্ক মানৱ শৰীৰত সংস্থাপন কৰাৰ উপযুক্ত কৰি লোৱা হৈছিল।

গৱেষক কাৱাইয়ে কয় যে এতিয়ালৈকে কেৱল ব্ৰেইন ডেথ হোৱা ৰোগীকহে গাহৰিৰ বৃক্ক সংৰোপণ কৰা হৈছিল। সেই অস্ত্ৰোপচাৰ দুবাৰ কৰা হৈছিল। বৃক্কটো দুমাহমান চলি থাকে যদিও তাৰ পিছত ৰোগীজনৰ মৃত্যু হয়। কিন্তু এইবাৰ বৃক্ক সংৰোপণ কৰা হ’ল জীৱিত আৰু সজ্ঞান ৰোগীৰ শৰীৰত।

চিকিৎসকে কয় যে জেনেটিক ইঞ্জিনিয়াৰিং প্ৰক্ৰিয়াৰে গাহৰিৰ হৃদযন্ত্ৰ, বৃক্ক (Pig kidney), হাওঁফাওঁ আদি অংগৰ স্বাভাৱিক বৃদ্ধি ঘটোৱা হৈছে। প্ৰাণীৰ শৰীৰৰ পৰা লোৱা অংগসমূহ মানুহৰ শৰীৰলৈ প্ৰতিস্থাপন প্ৰক্ৰিয়াক জেনোট্ৰান্সপ্লাণ্টেচন বোলা হয়। এই গৱেষণা যোৱা কেইবছৰমানৰ পৰা চলি আছে যাতে এই অংগবোৰে মানুহৰ শৰীৰতো কাম কৰিব পাৰে।

লগতে পঢ়কঃ কি দিন পৰিল! বিচাৰি টকা নাপালে, ভাড়াতীয়া গুণ্ডা লগাই নিজৰ পিতৃকে গুলীয়াই হত্যা কৰালে কিশোৰে

প্ৰথম অৱস্থাত মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ আৰু বৃক্ক প্ৰতিস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইবাৰ হয়তো সংৰোপণ কৰিবলগীয়া বৃক্ক নথকাৰ বাবে মানুহৰ মৃত্যু হোৱা ৰোধ কৰা সম্ভৱ হ’ব। বিকল হৈ পৰা বৃক্ক আৰু ডায়েলাইছিছৰ জৰিয়তে চলাই নিয়াৰ প্ৰয়োজন নহ’ব। আন প্ৰাণীৰ বৃক্ক মানুহৰ শৰীৰৰ লগত উপযুক্ত কৰি লৈ সফলভাৱে প্ৰতিস্থাপন কৰিব পাৰি। আন এটা জন্তুৰ পৰা পোৱা বৃক্কই মানুহৰ বৃক্কৰ দৰেই মানুহৰ শৰীৰত কাম কৰিব।

কিন্তু এই প্ৰক্ৰিয়াটো জটিল। গৱেষকসকলে কয় যে মাছাচুচেটছৰ ইজেনেছিছ লেবৰেটৰীত বিশেষ ধৰণেৰে এই গাহৰিৰ প্ৰজনন কৰা হৈছিল। তাৰ শৰীৰৰ কমেও ১০টা জিন সলনি কৰা হয় যাতে তেওঁৰ শৰীৰৰ পৰা লোৱা অংগবোৰে মানুহৰ শৰীৰত কাম কৰিব পাৰে। ইয়াৰ বাবে ক্ৰীস্পাৰ জিন এডিটিং প্ৰযুক্তিৰ সহায় লোৱা হয়। গৱেষণাৰ আৰম্ভণিতে প্ৰাণীটোৰ জিন’মত কটাছিঙা কৰি জিনৰ বিন্যাস সলনি কৰি লোৱা হয়। জিনীয় গঠন সলনি কৰা হয় যাতে প্ৰতিস্থাপিত অংগটো মানুহৰ শৰীৰে গ্ৰহণ কৰিব পাৰে।

লগতে পঢ়কঃ IPL 2024: স্বমহিমাৰে উজলিল ৰাছেল, শেষ অভাৰত নায়ক হৰ্ষিত; হায়দৰাবাদৰ বিৰুদ্ধে ৰুদ্ধশ্বাস জয় কলকাতাৰ

বিজ্ঞানীসকলে কয় যে এই সফল প্ৰতিস্থাপন চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা। ইয়াৰ ফলত বৃক্কৰ কথা বাদেই, মানুহৰ শৰীৰত বিকল হোৱা বিভিন্ন অংগৰ সলনি আন প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পথ মুকলি হ’ল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am
বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd