DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থইষ্ট নাওৰ সাংবাদিকলৈ ৰে’ড ক্ৰছ-পি আই আইৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2019 9:23 pm
Northeast Now journo Anup Sharma wins PII-ICRC award

অনুপ শৰ্মা। ছবি সৌজন্য-- ফে’চবুক।

512
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত সাংবাদিক অনুপ শৰ্মালৈ আন্তঃৰাষ্ট্ৰীয় ৰে’ড ক্ৰছ সমিতি আৰু প্ৰে’ছ ইন্সটিটিউট অৱ ইণ্ডিয়াই আগবঢ়াইছে ১৩সংখ্যক পি আই আই-আই চি আৰ চি বঁটা।

নৰ্থইষ্ট নাওৰ চ্চীফ অৱ ব্যুৰ’ শৰ্মাক “মানৱহিতৈষী প্ৰতিবেদন আৰু ছবি”ৰ বাবে বঁটাটো আগবঢ়োৱা হৈছে।

অসমৰ চৰবাসীৰ ওপৰত জলবায়ু পৰিৱৰ্তনে পেলোৱা প্ৰভাৱ সন্দৰ্ভত অনুপ শৰ্মাই যুগুত কৰা প্ৰতিবেদনৰ বাবে তেওঁক বাচনি কৰা হৈছে।

বাৰ্ষিক বঁটাটোৰ এই বছৰৰ বিষয় আছিল “মানৱকল্যাণজনিত বিষয়ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ”।

PII-ICRC Northeast Now journo wins PII-ICRC award

মানৱকল্যাণজনিত প্ৰতিবেদনৰ ক্ষেত্ৰত উত্তম সাংবাদিকতাক চিনাক্ত আৰু প্ৰসাৰ কৰাৰ বাবে পি আই আই আৰু আই চি আৰ চিয়ে এই বঁটা আগবঢ়ায়।

নতুন দিল্লীৰ ইণ্ডিয়া ইণ্টাৰনেচনেল চেণ্টাৰত অহা ২৭ ছেপ্তেম্বৰত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

বিশ্বখ্যাত আন্তঃৰাষ্ট্ৰীয় ৰে’ড ক্ৰছ সমিতি মানৱকল্যাণজনিত কাম-কাজৰ সৈতে জৰিত এক স্বতন্ত্ৰ আৰু অৰাজনৈতিক সংস্থা।

১৯৬৩ চনত স্থাপিত প্ৰে’ছ ইন্সটিটিউট অৱ ইণ্ডিয়া উচ্চমানৰ আৰু দায়বদ্ধতাসম্পন্ন সাংবাদিকতা সৃষ্টি আৰু বৰ্তাই ৰখাৰ উদ্দেশ্যে গঠিত স্বতন্ত্ৰ, নন-প্ৰফিট সংস্থা।

Recent News

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd