DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কে কে এইচ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বৃহৎ বিত্তীয় অনিয়ম সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2020 12:38 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

1k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ খানাপাৰা আৰু ৰাণীৰ পাটগাঁৱত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দুটা চৌহদ আৰু ইয়াৰ বাবে চৰকাৰী ভূমি হস্তান্তৰ আৰু অন্যান্য কাম-কাজক কেন্দ্ৰ কৰি বহু কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে।

পলাশ চেতিয়া আৰু এজন ব্যক্তিয়ে ৩৭/২০২০ নম্বৰৰ পি আই এলৰ জৰিয়তে ৰাজ্যপালে দিয়া নিৰ্দেশ আৰু দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ত দাখিল হোৱা অভিযোগৰ পিছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নোহোৱাৰ কথা উল্লেখ কৰি তদন্ত বিচাৰে।

আবেদনখনত উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়খনক স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৬১ বিঘা ভূমিৰ আবণ্টন আৰু মহানগৰ চৌহদ নিৰ্মাণৰ বাবে খানাপাৰাত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰায় ৯ বিঘা ভূমিও ৰাজ্যিক বিশ্ববিদ্যালয়খনলৈ হস্তান্তৰ কৰা হৈছিল।

তদুপৰি, ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ আঠটা ভৱনৰ নিৰ্মাণৰ ঠিকাৰ নামতো বৃহৎ বিত্তীয় খেলিমেলি হোৱাৰ কথা পি এই এলখনত উল্লেখ কৰা হৈছে।

নিবিদা অবিহনে ১০৮ কোটি টকাৰ ঠিকা আৰু বিশ্ববিদ্যালয়খনত খালী হৈ থকা বিভিন্ন পদ পূৰণৰ বাছনি তথা নিযুক্তিৰ নাম সংঘটিত দুৰ্নীতিৰ প্ৰসংগও আবেদনখনত সন্নিবিষ্ট কৰা হৈছে।

২৪ জুলাইত আবেদনখনৰ শুনানিত আবেদনকাৰী পক্ষই শপতনামা আকাৰে কেতবোৰ তথ্য দাখিল কৰিছে।

আনহাতে, ২৬ ছেপ্তেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰা হৈছে।

Recent News

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd