• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ক’ৰ’ণাতংকৰ সময়ত ৰাম মন্দিৰৰ ভূমিপূজন কিয়? আদালতৰ দ্বাৰস্থ সাংবাদিক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 24, 2020 6:21 pm

1 min read

Ram-Mandir
785
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণ চলিছে।

এই সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা সামাজিক দূৰত্ব মানি চলিবলৈ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাই থকা হৈছে।

এনে সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাত ব্যাপক আয়োজন চলিছে ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ।

এই ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ অন্যান্য শীৰ্ষ নেতা সকল।

কেইবাখনো ৰাজ্যৰ মুখ্য মন্ত্ৰীও উপস্থিত থাকিব উক্ত অনুষ্ঠানত।

দেশত আনলক ২.০ চলি থকাৰ সময়তে ৫ আগষ্টত হ’বলগীয়া ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানে চৰকাৰৰ নীতিকে উলংঘা কৰিব বুলি অভিযোগ কৰি ভূমি পূজন অনুষ্ঠান বন্ধ কৰাৰ দাবীৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে দিল্লীৰ সাংবাদিক চাকেট গোখলেই।

সাংবাদিক গৰাকীৰ মতে ভুমিপূজন অনুষ্ঠানত একে ঠাইতে বহু লোক সমৱেত হোৱাৰ ফলত আনলক ২,০ ৰ নীতি ভংগ হ’ব।

সেয়ে উক্ত অনুষ্ঠান বাতিল কৰিব লাগে। চৰকাৰে তিনিদিনীয়াকৈ চলিবলগীয়া উক্ত অনুষ্ঠানত ২০০ গৰাকী লোকহে উপস্থিত থাকিব বুলি কৈছে।

কিন্তু একেঠাইতে ২০০ লোক উপস্থিত থাকিলে ক’ৰ’ণাৰ সংক্ৰমণ বঢ়াৰ আশংকা কৰিছে সাংবাদিক গোখলেই।

সেই বাবে তেওঁ আদালতত দাখিল কৰিছে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন। শেহতীয়া খবৰ অনুসৰি আদালতে আবেদন খন নাকচ কৰিছে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd