• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত পিপুলছ জইন্ট একশ্যন কমিটি ফৰ বডোলেণ্ড মুভমেন্টৰ নেতাৰ কংগ্ৰেছত যোগদান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2021 3:34 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

ভাৰতীয় জাতীয় কংগ্রেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ পিপুলছ জইন্ট একশ্যন কমিটি ফৰ বডোলেণ্ড মুভমেন্ট (PJACBM) ৰ মুখ্য আহ্বায়ক গর্জন মছাহাৰী সহিতে কেইবাগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

Apply Now

আজিৰ এই যোগদান কাৰ্যসূচীত প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা, অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰ, জ্যেষ্ঠ কংগ্রেছ নেতা শৰৎ বৰকটকী, হিৰণ্য বৰা, দ্বিজেন শৰ্মা, বলীন কুলী আদি উপস্থিত থাকে।

যোগদান কাৰ্যসূচীত উপস্থিত থাকি প্ৰদেশ কংগ্রেছৰ সভাপতি বৰাই গর্জন মছাহাৰীক ভাৰতীয় জাতীয় কংগ্রেছ দললৈ আদৰণি জনাই কয়, “ৰাজ্যখনৰ জনসাধাৰণৰ বৰ্তমানৰ বিজেপি চৰকাৰখনৰ প্ৰতি মোহভংগ হৈছে। আজিৰ পৰা BTR ত নতুন দিগন্তৰ সূচনা হ’ল। কাল অমানিশা আঁতৰি নতুন সূৰুয উদয় হৈছে। বিগত সময় খিনিত বিজেপি চৰকাৰখনে বিভিন্ন কৌশল প্ৰয়োগ কৰি কংগ্রেছৰ গতি ৰোধ কৰাৰ চেষ্টা কৰি আছে। আমি বিজেপিক সকীয়াই দিওঁ যে তেওঁলোকে যিমানেই আমাৰ গতি ৰোধ কৰিবলৈ চেষ্টা নকৰক কিয় আমি আৰু অধিক দুৰন্ত গতিৰে আগবাঢ়িম।”

এই কাৰ্যসূচীত উপস্থিত থাকি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয়, “গর্জন মুছাহাৰীৰ যোগদানে BTR ত কংগ্রেছ দলক অধিক শক্তিশালী কৰি তুলিব”।

আনহাতে, কংগ্রেছ দলত যোগদান কৰি PJACBM ৰ নেতা মছাহাৰিয়ে কয়, “আমি বড়োভূমিৰ জনসাধাৰণৰ শান্তিৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন চলাইছিলো। কিন্ত আজিৰ এই বিজেপি চৰকাৰ খনৰ শাসনকালত বড়োভূমিৰ মানুহৰ মাজত থকা শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে। অসমত শান্তি ঘূৰাই আনিবলৈ হ’লে কংগ্রেছ দল শাসনত আহিবই লাগিব। সেয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কংগ্রেছ দলত যোগদান কৰিছো।‘’

মুখ্য আহ্বায়ক গৰ্জন মছাহাৰীৰ উপৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা PJACBM ৰ বিষয় ববীয়া সকল হৈছে- মজুমদাৰ ব্ৰহ্ম, বীৰেশ্বৰ বসুমতাৰী, যোচেফ বসুমতাৰী, মনমোহন ব্ৰহ্ম, পিয়ুছ নাৰ্জাৰী, প্ৰিন্স ওৱাৰী, নৰেশ বসুমতাৰী, হিৰণ্য ব্ৰহ্ম, অমিত বসুমতাৰী, লিনুষ নাৰ্জাৰী, ৰাজু ব্ৰহ্ম, মাইকেল তুডু, ফৰমইলং ব্ৰহ্ম, চৰা চাংমা, হাবিল আলি এছ কে আৰু মনমোহন ব্ৰহ্ম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd