• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গ্ৰেপ্তাৰ হ’ব নেকি কেজৰিৱাল! কেজৰিৱালৰ গ্ৰেপ্তাৰ হ’লে কি হ’ব আপৰ ‘প্লেন বি’!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2023 8:54 am
Arvind Kejriwal
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত কেন্দ্ৰীয় তদন্ত সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ চমন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। ২ নৱেম্বৰত কেজৰিৱালক তদন্ত সংস্থাটোৰ দিল্লী কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

কেজৰিৱাললৈ ইডিৰ এই চমনৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আম আদমি পাৰ্টি। জেৰাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে কেজৰিৱালক গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰা হৈছে বুলিও দাবী কৰিছে আপে।

Apply Now

আপ নেত্ৰী আতিশীয়ে কেজৰিৱালৰ সম্ভাৱ্য গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰি কেৱল মাত্ৰ প্ৰধানমন্ত্ৰী মোদীয়ে কেজৰিৱাললৈ ভয় কৰাৰ বাবেই এই ষড়যন্ত্ৰ কৰা বুলি দাবী কৰিছে। আতিশীৰ মতে, আপক নিৰ্বাচনত পৰাস্ত কৰিব নোৱাৰে বুলি জানিয়েই দলটোক শেষ কৰিবলৈ চক্ৰান্ত কৰিছে।

এই চক্ৰান্ত অনুসৰিয়েই আম আদমী পাৰ্টিৰ আগশাৰীৰ নেতাসকলক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে বুলি দাবী কৰে আতিশীয়ে। ইফালে আপৰ আন এগৰাকী নেতা সৌৰভ ভৰদ্বাজেও কেজৰিৱাললৈ চমন জাৰি কেৱল আপক ৰাজনৈতিক শাস্তি দিয়াৰ কৌশল আখ্যা দিয়ে।

যদি কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হয়, ইয়াৰ পিছত আপৰ ‘প্লেন বি’ কি হ’ব বুলি সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ভৰদ্বাজে এই বিষয়ে তেওঁ অজ্ঞ নহয় বুলি মন্তব্য কৰে আৰু আৰু এই বিষয়ে যে কোনো আলোচনা হৈছে, সেয়া নাভাবে বুলি উল্লেখ কৰে।

সৌৰভ ভৰদ্বাজে লগতে কেজৰিৱালকে আম আদমী পাৰ্টিৰ নেতা বুলি অভিহিত কৰে আৰু দলে তেওঁৰ অধীনতে কাম কৰিব বুলি স্পষ্ট কৰি দিয়ে। দলটোৰ কোনো নেতা বা কৰ্মী কাৰাগাৰলৈ যাবলৈ ভয় নকৰে বুলিও মন্তব্য কৰে ভৰদ্বাজে।

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত দীৰ্ঘদিনে কাৰাৰুদ্ধ হৈ আছে আপৰ নেতা মনীষ চিছ’দিয়া। সোমবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰত চিছ’দিয়াৰ জামিন আবেদন নাকচ কৰিছিল।

পূৰ্বৰ শুনানিৰ সময়ত শীৰ্ষ আদালতে চিছ’দিয়াৰ বিপক্ষে ধন লাভৰ কোনো স্পষ্ট প্ৰমাণ নাই বুলি তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক ভৰ্ৎসনা কৰিছিল যদিও সোমবাৰে এই গোচৰত ৩৩৮ কোটি টকাৰ ধনৰ লেনদেন আংশিকভাৱে স্থাপন কৰা হৈছে বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd