• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বিমানখনৰ কোনো যাত্ৰী জীৱিত নাই! দেশজুৰি শোকৰ ছাঁ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 12, 2025 6:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ মেঘনী নগৰৰ ভয়াবহ বিমান দুৰ্ঘটনা। আহমেদাবাদ বিমানবন্দৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানখন। জানিব পৰা মতে বিমানখনত ২৪২ জন যাত্ৰী আছিল। AI 171 নামৰ এই বিমানখনে আহমেদাবাদ বিমানবন্দৰৰ পৰা দিনৰ ১:১০ বজাত উৰা মাৰিছিল। উৰণৰ কিছু সময়ৰ পিছতে স্থানীয় অঞ্চলটোত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছৰে পৰা সকলোৱে ভাবিছিল যে কিমানজন যাত্ৰীবা জীয়াই আছে। অৱশ্যে এনডিটিভিৰ সূত্ৰ অনুসৰি বিমানখনৰ আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে। এতিয়া তেওঁলোকৰ কোনোৱেই জীৱিত নাই। অৰ্থাৎ বিমানখনৰ মুঠ ২৪২ জন যাত্ৰীৰ মৃত্যু হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে চৌদিশে শোকৰ ছাঁ পৰিছে।

Apply Now

এয়াৰ ইণ্ডিয়াই বিমানখনৰ যাত্ৰী তালিকা প্ৰকাশ কৰিছে। জনা যায় যে যাত্ৰীসকলৰ ভিতৰত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, ৭ জন পৰ্তুগীজ আৰু এজন কানাডিয়ান আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সকলোকে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে আটাইকেইজনৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে।

লণ্ডন অভিমুখী বিমান দুৰ্ঘটনা সন্দৰ্ভত ব্ৰিটিছ চৰকাৰেও মুখ খুলিছে। ভাৰতীয় প্ৰশাসনৰ সৈতে কাম কৰি আছে বুলিও জনায়। ইয়াৰ উপৰিও ব্ৰিটিছ নাগৰিকৰ বাবে এক বিশেষ হেল্পলাইন আৰম্ভ কৰিছে চৰকাৰে।

ডিজিচিএই জনোৱা মতে, উৰণৰ ৫ মিনিটৰ ভিতৰতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে আহমেদাবাদ বিমানবন্দৰ আপাততঃ বন্ধ হৈ পৰিছে। সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।

চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনে দুপৰীয়া ১:১৭ বজাত উৰা মাৰিছিল। ১:৩৮ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হোৱাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা দল মোতায়েন কৰা হৈছে। দুৰ্ঘটনাটোৰ বাবে সমীপৱৰ্তী কেইবাটাও ঘৰৰ ক্ষতিসাধন হৈছে। দূৰৰ পৰা ক’লা ধোঁৱাৰ কুণ্ডলী দেখা যায়। দুৰ্ঘটনাস্থলীৰ চাৰিওফালৰ সকলো পথ আপাততঃ বন্ধ কৰি দিয়া হৈছে। উদ্ধাৰৰ কাম চলি আছে।

বিমানবন্দৰ কৰ্তৃপক্ষ বা এয়াৰ ইণ্ডিয়াই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও একো কোৱা নাই। বিমান সংস্থাটোৰ মুখপাত্ৰই নিজৰ টুইটাৰ হেণ্ডেলত কয়, “আহমেদাবাদ-লণ্ডন গেটৱিক বিমান AI171, আজি অৰ্থাৎ ১২ জুন ২০২৫ তাৰিখে দুৰ্ঘটনাৰ সন্মুখীন হয়। এই সময়ত আমি সবিশেষ সংগ্ৰহ কৰি আছো।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে দুয়োগৰাকী মন্ত্ৰীক আহমেদাবাদ ভ্ৰমণ কৰি ভুক্তভোগীক যাতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয়। দুৰ্ঘটনাৰ পিছতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে বাৰ্তালাপ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd