• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্লাষ্টিকৰ পৰা বৃদ্ধি পাইছে স্তন কেন্সাৰৰ সম্ভাৱনা! গৱেষণাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 17, 2024 6:50 pm
128
VIEWS
Share on FacebookShare on Twitter

প্লাষ্টিক আৰু প্লাষ্টিক সামগ্ৰীৰ পৰা স্তন কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! শেহতীয়াকৈ ‘দ্য আমেৰিকান কেমিকেল ছ’চাইটি’ৰ গৱেষণা পত্ৰত এই কথা দাবী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, খাদ্য সামগ্ৰীৰ লগতে বহুতো দৈনন্দিন সামগ্ৰীত মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে, যিবোৰ অহৰহ মানুহৰ শৰীৰত প্ৰৱেশ কৰি আছে। সেই প্ৰতিবেদন অনুসৰি প্লাষ্টিকত ৪০০ টা ৰাসায়নিক পদাৰ্থ পোৱা গৈছে, যিবোৰ মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

সংস্থাটোৰ গৱেষণা পত্ৰ অনুসৰি প্লাষ্টিকত প্ৰায় ১৫ হাজাৰ প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ আছে। ইয়াৰ ভিতৰত কমেও ৪০০ ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে PFAS, parabens, aromatic amines মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক।

মন কৰিব যে বিস্ফেনল-এ নামৰ ৰাসায়নিক পদাৰ্থবিধ প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই পদাৰ্থ সহজে পচি নাযায়। ই পৰিৱেশতে থাকে। যাৰ ফলত ই মানুহৰ শৰীৰত প্ৰৱেশ কৰি বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

গৱেষণা পত্ৰখনৰ মতে বজাৰত বিক্ৰী হৈ থকা নিমখ আৰু চেনিত মাইক্ৰ’প্লাষ্টিক থাকে। অনলাইনত বস্তু কিনিলেও তাত মাইক্ৰ’প্লাষ্টিক থাকে। ইয়াৰ উপৰিও খোৱাপানীৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলত প্লাষ্টিকৰ কণাও থাকে।

ইয়াৰ পূৰ্বেও গৱেষকসকলে এই তথ্য দিছে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই মাইক্ৰ’প্লাষ্টিকতকৈ মিহি নেন’প্লাষ্টিক পানীৰ বটলত পোৱা গৈছে। ইয়াৰ দৈৰ্ঘ্য ১ৰ পৰা ৫০০০ মাইক্ৰ’মিটাৰ। যিবোৰ বটলত ভৰোৱা পানীৰ লগত মিহলি হৈ থাকে। যিবোৰ শৰীৰত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হয়।

তদুপৰি বহুতে ঘৰতে খাদ্য খাবলৈ প্লাষ্টিকৰ প্লেট, চামুচ আদি ব্যৱহাৰ কৰে। আনকি চাহ বা কফিও প্লাষ্টিকৰ কাপত সেৱন কৰে। এই সকলোবোৰৰ পৰা প্লাষ্টিকৰ কণাবোৰ শৰীৰত প্ৰৱেশ কৰে, যিটো গৱেষকসকলে কেন্সাৰৰ অন্যতম কাৰণ বুলি গণ্য কৰিছে। সেয়ে গৱেষকসকলে প্লাষ্টিক সামগ্ৰী নিৰ্মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd