• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2022 11:12 am
Krishna Janmabhoomi case
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া মছজিদে মছজিদে মন্দিৰ সন্ধানৰ জোৱাৰ উঠিছে। দেশৰ সকলো সমস্যাৰ এতিয়া যতি পৰিছে। সমস্যা বুলিবলৈ এতিয়া এটাই মাথোন, চিন্তাও সেই এটাই মাথোন, কোনোবা মছজিদত মন্দিৰৰ সন্ধান পোৱা যায় নেকি !

হিন্দুত্ববাদী মহলে দেশৰ বিভিন্ন প্ৰান্তত মুছলমানসকলৰ উপাসনাথলী মছজিদৰ ভিতৰত কেনেবাকৈ হিন্দু মন্দিৰৰ অৱশিষ্ট উদ্ধাৰ কৰিব পাৰে নেকি, সেই চিন্তাতে প্ৰতিনিয়ত কাৰ্যপ্ৰণালী আৰম্ভ কৰিছে।

Apply Now

শেহতীয়াকৈ মোগল সাম্ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ স্থাপত্য তাজমহলক কেন্দ্ৰ কৰি গঢ়ি উঠা এটা বিতৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে হিন্দুত্ববাদী মহলে।

সমান্তৰালভাৱে বাৰানসীৰ জ্ঞানৱাপী মছজিদত শিৱলিঙ্গ উদ্ধাৰৰ দাবীয়ে দেশৰ ৰাজনীতি তোলপাৰ লগাইছে।

এনে সময়তে এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰিবলৈ আদালতত আবেদন দাখিল কৰিছে একাংশ অধিবক্তা আৰু আইনৰ শিক্ষাৰ্থীয়ে।

আবেদন যোগে তেওঁলোকে দাবী জনাইছে যে হিন্দুসকলৰ উপাস্য ভগৱান কৃষ্ণৰ জন্মস্থানত শ্বাহি ইদগাহ মছজিদ নিৰ্মাণ কৰা হৈছে। সেয়ে মুছলমানসকলক শ্বাহি ইদগাহ মছজিদত প্ৰাৰ্থনা কৰাৰ পৰা বিৰত ৰাখিব লাগে।

ইয়াৰ পূৰ্বেও বিভিন্ন হিন্দু গোটে মথুৰা আদালতত মছজিদটো আঁতৰাবলৈ বিচাৰি দহখন পৃথক আবেদন দাখিল কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে কাটৰা কেশৱ দেৱ মন্দিৰৰ ১৩.৩৭ একৰ চৌহদৰ ভিতৰত কৃষ্ণৰ জন্মস্থানত এই মছজিদটো নিৰ্মাণ কৰা হৈছিল।

আনহাতে এতিয়া দাখিল কৰা নতুন আবেদনত কোৱা হৈছে যে মছজিদ থকা স্থানত ভগৱান কৃষ্ণৰ জন্ম হৈছিল বুলি হিন্দু সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে।

আবেদনকাৰীসকলৰ ভিতৰত অন্যতম অধিবক্তা শৈলেন্দ্ৰ সিঙে দাবী কৰিছে যে পূৰ্বতে এটা মন্দিৰ থকা ঠাইত মছজিদটো নিৰ্মাণ কৰা হৈছে।

মুছলমান সম্প্ৰদায়ৰ দ্বাৰা মছজিদৰ ব্যৱহাৰৰ ওপৰত স্থায়ী আদেশ বিচাৰি আদালতৰ কাষ চাপিছে বুলি তেওঁ মন্তব্য কৰে।

অহা ২৫ মে’ত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি জিলা চৰকাৰৰ পৰামৰ্শদাতা (অসামৰিক) সঞ্জয় গৌৰে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd