DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৫ এপ্ৰিল নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি মমবাতি, চাকি, টৰ্চ অথবা মোবাইলৰ ফ্লাচ লাইট জ্বলাওক; ক’ৰ’নাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ বাবে প্ৰধান মন্ত্ৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 9:29 am
16.1k
VIEWS
Share on FacebookShare on Twitter

আজি ৰাতিপুৱা ৯ বজাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে।

ভিডিঅ’টোত প্ৰধান মন্ত্ৰীয়ে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক ৫ এপ্ৰিল ৰবিবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনায়।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বৰ বাবেও আহ্বান জনায় প্ৰধান মন্ত্ৰী গৰাকীয়ে।

মমবাতি অথবা চাকি জ্বলোৱাৰ সময়ত নাগৰিক সকল কোনোকাৰণতে যাতে ঘৰৰ বাহিৰলৈ ওলাই নাহে তাৰ বাবেও মোদীয়ে অনুৰোধ কৰে।

আনহাতে, ল’কডাউনৰ সময়ত দেশৰ দুখীয়া লোকসকলে আটাইতকৈ প্ৰভাৱিত হৈছে বুলি উল্লেখ কৰি তেওঁলোকৰ মনত ভৱিষ্যতে কেনেদৰে আগবাঢ়িব পৰা যাব সেই সম্বন্ধে শংকা হৈছে যদিও তেওঁলোক কেতিয়াও অকলশৰীয়া নহয় দেশৰ ১৩০ কোটি জনসাধাৰণ সদায় একলগে আছে বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

‘‘আজি সমগ্ৰ বিশ্বই ক’ৰ’নাৰ বিৰুদ্ধে ভাৰতৰ ১৩০ কোটি নাগৰিকৰ অব্যাহত থকা সংগ্ৰামৰ শলাগ লৈছে। জনতা কাৰ্ফিউৰ পৰা ল’কডাউনলৈ ভাৰতৰ জনসাধাৰণৰ ক’ৰ’নাক পৰাস্ত কৰাৰ একাগ্ৰতা বিশ্বই প্ৰত্যক্ষ কৰিছে,’’ প্ৰধান মন্ত্ৰী গৰাকীয়ে লগতে কয়।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd