• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে গৰুৰ ৰাজনীতিৰ আশ্ৰয় প্ৰধানমন্ত্ৰী মোদীৰ, বিৰোধীৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 4:44 pm
Narendra Modi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ নহয়, বিজেপিৰ চিন্তা গৰুক লৈহে! উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে। তাৰ লগে লগে সাম্প্ৰদায়িক ৰাজনীতিৰ বিষবাষ্প চটিয়াবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।

উত্তৰপ্ৰদেশৰ দলিত অথবা নাৰী সুৰক্ষাৰ কথা নহয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শেহতীয়াকৈ শুনা গ’ল গৰুৰ সুৰক্ষাৰ কথাহে। গৰুৰ সহায় লৈ নিৰ্বাচন খেলিবলৈ উলাইছে বিজেপিয়ে।

Apply Now

বৃহস্পতিবাৰে বিৰোধী পক্ষক আক্ৰমণ কৰি মোদীয়ে কয় যে কিছু লোকে গৰুৰ সুৰক্ষাৰ কথা কোৱাটো পাপ বুলি বিবেচনা কৰে, গৰুৰ কথা কোৱাটো অপৰাধ বুলি গণ্য কৰিবলৈ লৈছে, কিন্তু মোদীৰ বাবে গৰু হৈছে গোমাতা। অৰ্থাৎ গৰু তেওঁৰ মাতৃ!

মোদীয়ে নিজা সমষ্টি বাৰানসীত কেইবাটাও প্ৰকল্প উদ্বোধন কৰিবলৈ গৈ এই বক্তব্য প্ৰদান কৰিছে। মোদীয়ে কয় যে ভাৰতৰ দুগ্ধ উৎপাদন শক্তিশালী কৰাটো তেওঁলোকৰ চৰকাৰৰ অন্যতম লক্ষ্য। এইক্ষেত্ৰত চৰকাৰে সফল হোৱা বুলিও তেওঁ দাবী কৰে।

গোসুৰক্ষাক লৈ মোদীৰ এই বক্তব্যক ব্যংগাত্মকভাৱে আক্ৰমণ কৰিছে বিহাৰৰ বিৰোধী দল আৰজেদিয়ে। টুইটাৰত দলটোৱে কেৰেলা, গোৱা, ছিক্কিম আৰু মণিপুৰত মোদীক এনেধৰণৰ বক্তব্য আগবঢ়াবলৈ প্ৰত্যাহ্বান জনাইছে। তদুপৰি গোৱাৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত গোমাংসৰ কথা থাকিব নেকি বুলিও দলটোৱে তীক্ষ্ণ বিদ্ৰপু কৰে।

আৰজেডিৰ এই বিদ্ৰুপটো লক্ষ্যণীয় হৈ পৰিছে। সঁচাকৈয়ে বাৰানসীত যিদৰে গোমাতাৰ কথা মোদীয়ে কৈছে, সেইয়া গোমাংসৰ চাহিদা থকা কেৰেলা, গোৱা অথবা উত্তৰপূবত মোদীয়ে ক’ব পাৰিবনে? কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী বিজেপি নেতাই নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিল যে যদিহে বিজেপিক জয়যুক্ত কৰে, তেন্তে ভোটাৰসকলক উৎকৃষ্ট পৰিমাণৰ গোমাংস উপহাৰ দিয়া হ’ব।

তেনেস্থলত ক’ত গ’ল বিজেপিৰ গোমাতাৰ প্ৰতি থকা প্ৰেম? মোদীৰ এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে কেৱল উত্তৰপ্ৰদেশৰ গৰুহে তেওঁলোকৰ বাবে গোমাতা, বাকীবোৰ ৰাজ্যৰ গৰুসমূহ এই সন্মানৰ পৰা বঞ্চিত!

আনহাতে, যোগী চৰকাৰৰ বিগত কাৰ্যকালত উত্তৰপ্ৰদেশত গৰুৰ সুৰক্ষাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বিজেপিয়ে যিমানেই গোসুৰক্ষাৰ কথা কৈছে, সিমানেই ৰাজ্যখনত গৰুৰ দুৰ্দশাৰ প্ৰতিচ্ছৱি ফুটি উঠিছে। এই প্ৰসংগত বিৰোধী নেতাদ্বয় অখিলেশ যাদৱ আৰু প্ৰিয়ংকা গান্ধীয়ে ইতিপূৰ্বে কেইবাটাও টুইট কৰিছে।

ৰাজ্যখনত গৰুৰ দুৰৱস্থাক লৈ কেইবাটাও বাতৰি আৰু ফটোও নেতা দুজনে টুইটাৰত শ্বেয়াৰ কৰিছে। এইসমূহত ৰাজ্যখনত গৰুৰ সুৰক্ষাক লৈ প্ৰশ্ন কৰা হৈছে। কিন্তু প্ৰশ্নসমূহৰ কোনো উত্তৰ নিদি কেৱল গৰুৰ সুৰক্ষাৰ কথা কৈয়ে বিজেপিয়ে নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ উলাইছে।

তদুপৰি দেশত দলিত আৰু মুছলিমসকলৰ ওপৰত গৰু সুৰক্ষাৰ নামত হোৱা ম’ব লিঞ্চিঙকো মোদীয়ে এই বক্তব্যৰ দ্বাৰা নায্যতা প্ৰদান কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd