• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 1:46 pm

1 min read

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী
160
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ মাটিত চাৰিখন মেচৰ ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাটো ২-১ ত জয়ী হোৱাৰ পিছত দেশবাসী ভাৰতীয় ক্ৰিকেট দলক লৈ গৌৰৱান্বিত হৈ পৰিছে।

বিশ্বৰ সকলো প্ৰান্তৰ পৰাই অজিংক ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলটোক প্ৰশংসাৰে উপচাই পেলাইছে।

ঐতিহাসিক বিজয়ৰ পিছত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতীয় দলক খুব প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

তেওঁ কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় ক্ৰিকেট দলৰ সন্মুখত কি প্ৰত্যাহ্বান অহা নাছিল। আমাৰ ইমান শোচনীয় পৰাজয় হৈছিল, কিন্তু আমি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰি পৰৱৰ্তী খেলখন জিকিছিলো।

মোদীয়ে লগতে কয় যে অষ্ট্ৰেলিয়া ভ্ৰমণত আঘাত হোৱা স্বত্বেও, আমাৰ খেলুৱৈসকলে মেচ বচাবলৈ খেলপথাৰত দৃঢ়তাৰে থিয় হৈ আছিল। আমাৰ যুৱ খেলুৱৈসকলে হতাশ হোৱাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰহে সন্মুখীন হৈছিল।

ব্ৰীছবেনত খেলা টেষ্ট শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক তিনি উইকেটত পৰাস্ত কৰি ২-১ত শৃংখলা দখল কৰে।

উল্লেখ্য যে আজি অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তন সমাৰোহত ১২০০ ছাত্ৰ-ছাত্ৰীক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰি ভাৰতীয় ক্ৰিকেট দলটোৰ ঐতিহাসিক বিজয় সন্দৰ্ভত এই মন্তব্য কৰে।

Recent News

a raij

ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

a bride

শোকাৱহ: বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটিলে কইনাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd