• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হিংসাত্মক কাৰ্যকলাপৰ বাবে জগৰীয়া প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী : গোলাম নবী আজাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2019 1:02 pm

1 min read

Ghulam Nabi Azad

গোলাম নবী আজাদৰ ফাইল ফটো

281
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক কাৰ্যৰ আঁৰত কংগ্ৰেছ জড়িত থকা বুলি বিজেপিয়ে কৰা মন্তব্যক উভটি ধৰিছে ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে।

‘হিংসাত্মক কাণ্ডৰ মুখ্য আৰোপী হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, কিয়নো তেওঁলোকে ইয়াৰ পৰিণামৰ কথা চিন্তা নকৰাকৈয়ে সদনত বিতৰ্কিত বিধেয়কখন পাছ কৰাইছে’, এই মন্তব্য আজাদৰ।

উত্তৰ-পূবত হোৱা ব্যাপক কা বিৰোধী আন্দোলন কংগ্ৰেছৰ প্ৰৰোচনাত হোৱা বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰসংগত নবী আজাদে কয়, ‘যদিহে কংগ্ৰেছে তেনেধৰণৰ হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হ’লহেতেন তেন্তে বিজেপি শাসনতে নাহিলহেতেন’।

ইয়াৰ উপৰি তেওঁ কয়, ‘এনেধৰণৰ অভিযোগৰ কোনো ভিত্তি নাই আৰু মই ইয়াক নিন্দা জনাইছো। হিংসাত্মক কাৰ্যৰ বাবে বেলেগ নহয়, শাসকীয় দল, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু তেওঁলোকৰ কেবিনেটহে সম্পূৰ্ণৰূপে জগৰীয়া’।

সোমবাৰে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়।

‘দেশৰ সকলো প্ৰান্তৰ লোকে এই আইনখনৰ বিৰোধিতা কৰাৰ লগতে উত্তৰ-পূবৰ পৰা নতুন দিল্লীপৰ্যন্ত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদ দেখা নাই তথা মানি ল’ব বিচৰা নাই’, আজাদে কয়।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd