• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“সংবাদ মাধ্যম নিৰপেক্ষ নহয়, সেয়ে সংবাদমেল অনুষ্ঠিত নকৰো”! প্ৰধানমন্ত্ৰী মোদীয়ে কি ক’ব বিচাৰিছে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2024 8:48 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ফাইল ফটোঃ সংগ্ৰহীত।

465
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়। ‘মন কি বাত’ অনুষ্ঠানতো তেওঁ বিভিন্ন বিষয়ত নিজৰ মতামত প্ৰকাশ কৰে। তথাপি কেতিয়াও সংবাদমেল অনুষ্ঠিত কৰা নাছিল। কিন্তু কিয়?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে, ‘সংবাদ মাধ্যমৰ চৰিত্ৰ সলনি হৈছে। পূৰ্বৰ নিৰপেক্ষ সত্তা আৰু এতিয়া নাই। সাংবাদিকসকল এতিয়া নিজৰ ধাৰণা আৰু আদৰ্শৰ প্ৰচাৰত ব্যস্ত।‘

শেহতীয়াকৈ সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত মোদীয়ে কয়, ‘মই সংসদক উত্তৰ দিওঁ। সাংবাদিকৰ নিজস্ব পছন্দ থাকে। সেই পছন্দৰ বাবেই তেওঁলোক পৰিচিত। সংবাদ মাধ্যম আৰু নিৰপেক্ষ নহয়’।

লগতে পঢ়কঃ IPL 2024: ৰোহিতৰ ধুমুহা স্তব্ধ কৰি সান্তনাৰ জয় লক্ষ্ণৌৰ! শামুকৰ খোলা হৈ ৰ’ল হাৰ্দিকৰ মুম্বাই

প্ৰধানমন্ত্ৰীয়ে আক্ষেপ কৰি কয় যে, ‘পূৰ্বতে সংবাদ মাধ্যমত কোনো মুখ নাছিল। কোনে লিখিছে? আদৰ্শ কি? কোনেও সেইবোৰ কথা ভবা নাছিল। পৰিস্থিতি নিশ্চিতভাৱে একে থকা নাই’।

ইপিনে, তেওঁ সংবাদমেল অনুষ্ঠিত নকৰিলেও সাক্ষাৎকাৰ কিন্তু দিয়ে। মোদীয়ে কয়, এতিয়া যোগাযোগৰ বহু মাধ্যম আছে। কিন্তু সাক্ষাৎকাৰৰ প্ৰস্তাৱ তেওঁ কেতিয়াও ঘূৰাই নিদিয়ে। তেওঁৰ ভাষাত, ‘মই কঠোৰ পৰিশ্ৰম কৰিব বিচাৰো। দুখীয়া মানুহৰ ঘৰলৈ যাবলৈ মন যায়। ইচ্ছা কৰিলে ফিটা কাটি মোৰ ছবিখন তুলিব পাৰিলোঁহেঁতেন, কিন্তু নকৰোঁ। ঝাৰখণ্ডৰ সৰু জিলালৈ গৈ সৰু প্ৰজেক্টত কাম কৰো।‘

লগতে পঢ়কঃ কানহাইয়াৰ গালত প্ৰচণ্ড চৰ! প্ৰচাৰৰ মাজত কোনে আক্ৰমণ কৰিলে কানহাইয়া কুমাৰক?

মোদীয়ে লগতে কয়, ‘মই এটা নতুন কৰ্ম সংস্কৃতি লৈ আহিছো। যদি সেই সংস্কৃতি সঠিক অনুভৱ হয়, তেন্তে সংবাদ মাধ্যমে সঠিকভাৱে পৰিৱেশন সৃষ্টি কৰা উচিত। যদি মন নাযায় তেন্তে নকৰিব’। 

Recent News

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

পুনেৰ ইন্দ্ৰায়নী নদীত দলং ভাঙি কমেও ৬ জনৰ মৃত্যু, বহু পৰ্যটক নিৰুদ্দেশ

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

মধ্যপ্ৰদেশতো অব্যাহত মাওবাদ নিধন অভিযান : সেনাৰ গুলীত নিহত ৪ মাওবাদী সদস্য

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰ : যোৱা এটা দশকত ২৭.১ শতাংশৰ পৰা ৫.৩ শতাংশলৈ হ্ৰাস পাইছে দৰিদ্ৰতা

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

উৰাজাহাজৰ যাত্ৰীৰ কাণ্ড : মহিলাৰ সমুখতে প্ৰকাশ্যে হস্তমৈথুন উন্মাদ পুৰুষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd