• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ ৮০ কোটি লোকে নৱেম্বৰলৈ লাভ কৰিব প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোঁজনাৰ বিনামূলীয়া চাউল অথবা ঘেঁহু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 4:48 pm
Organic farming can become a huge movement in the North-East: PM Modi

ফটো: পি আই বিৰ সৌজন্যত।

582
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না মহামাৰীৰ সংকটৰ সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰক সম্বোধন কৰে।

ৰাষ্ট্ৰক সম্বোধি দিয়া ভাষণত প্ৰধান মন্ত্ৰী মোদীয়ে আনল’ক-২-ত জনসাধাৰণৰ ক’ৰ’না সম্পৰ্কে সজগতা হ্ৰাস পোৱা বিষয়ত উদ্বেগ প্ৰকাশ কৰে।

সকলোকে এই জটিল সময়ত স্বাস্থ্য সন্মত নীতি-নিৰ্দেশনা সমূহ কঠোৰভাৱে পালন কৰি ১৩০ কোটি জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ বাবে চলি থকা অভিযানত চৰকাৰক সহায় কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত আগন্তুক উৎসৱৰ সময়ছোৱাত যাতে দেশৰ নাগৰিক সকল লঘোণে থাকিবলগীয়া নহয় সেই উদ্দেশ্যে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনি নৱেম্বৰ মাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

এই আঁচনিৰ অধীনত ভাৰতৰ মুঠ ৮০ কোটি লোকে আগন্তুক পাঁচ মাহৰ বাবেও প্ৰতিগৰাকী সদস্যৰ বিপৰীতে পাঁচ কিলো চাউল অথবা পাঁচ কিলো  ঘেঁহু আৰু প্ৰতিটো পৰিয়াললৈ এক কিলোকৈ দাইল বিনামূলীয়াকৈ আগবঢ়োৱা হ’ব বুলি প্ৰধান মন্ত্ৰীয়ে কয়।

পৰিয়াল সমূহে এই সময়ত এক কিলোকৈ মটৰো লাভ কৰিব।

নৱেম্বৰলৈ চলিবলগীয়া প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোঁজনাৰ বাবে চৰকাৰৰ মুঠ ডেৰ লাখ কোটি টকা ব্যায় হ’ব বুলি মোদীয়ে উল্লেখ কৰে।

ভাৰতৰ গৰীৱ কল্যাণ যোজনাৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ডেৰ গুণ তথা ব্ৰিটেইনৰ জনসংখ্যাৰ বাৰ গুণ লোকক দেশত খাদ্যৰ যোগান ধৰা হৈছে আৰু হ’ব বুলিও নৰেন্দ্ৰ মোদীয়ে কয়।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd