• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০হাজাৰ ফুট উচ্চতাত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগ উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2020 12:37 pm

1 min read

Atal-tunnel-750x375
545
VIEWS
Share on FacebookShare on Twitter

দহ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগটো শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মানালিত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু সেনা প্ৰধান এম এ নাৰাৱানে।

ৰোটাং পাচত বছৰত মাত্ৰ চাৰি পাঁচমাহ মানহে কাম কৰাৰ সময় পোৱা যায়। বছৰৰ বাকী  সময়খিনি প্ৰচণ্ড ঠাণ্ডা তথা বৰফৰ বাবে এই পথ বন্ধ থাকে।

এই সুৰংগ আৰম্ভ হোৱাৰ পাছত মানালি-লে ঘাইপথত গোটেই বছৰ যাতায়ত সম্ভৱ হ’ব। ভাৰতীয় আভিযান্ত্ৰিক নিৰ্মাণৰ এক বিৰল নিদৰ্শন হৈ পৰিছে এই অটল সুৰংগ।

নিৰ্মাণ সংস্থাটোৰ বিষয়াসকলে এইদৰে ১০হাজাৰ ফুট উচ্চতাত এনে নিৰ্মামৰ কাম যথেষ্ট কঠিন বুলি জানিবলৈ দিয়ে।

প্ৰায় ৫০০ মিটাৰ অন্তৰে অন্তৰে বাহিৰলৈ যোৱাৰ সুৰংগ আছে। লগতে অগ্নি নিৰ্বাপনৰ ব্যৱস্থাও আছে।

সুৰংগটোৰ উচ্চতা দহ মিটাৰ। পথৰ দুয়োকাষে ১ মিটাৰকৈ ফুটপাথো নিৰ্মাণ কৰা হৈছে। সুৰংগটোৱে মানালিৰ পৰা লেহ চহৰৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰিব।

ইয়াৰ ফলত পাহাৰীয়া পথত ৪ঘন্টাৰ যাত্ৰা কমি যাব।

সামৰিক দিশৰ পৰা এই সুৰংগ অতি গুৰত্বপূৰ্ণ। ভাৰত-চীনৰ মাজত সীমান্তত চলা সংঘাতৰ সময়ত সেনাৰ বাবে খাদ্য সামগ্ৰী দ্ৰুতভাৱে যোগান ধৰিব পৰা যাব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd