• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিম বংগতো “নিৰাপদ” নহয় দেশৰ প্ৰধান মন্ত্ৰী; ভ্ৰমণৰ প্ৰাকক্ষণত কলকাতাক দুৰ্গত পৰিণত

ৰাজভৱনৰ সন্মুখত মোদীক ক’লা পতাকা দেখুওৱাৰ পৰিকল্পনা কৰিছে বাওঁ শিবিৰ আৰু কংগ্ৰেছে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2020 3:43 pm
Modi and Mamata

ৰাজভৱনত মোদী আৰু মমতা। ১১ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাদী অসমীয়াৰ ভয়ত অসম ভ্ৰমণ বাতিল কৰা প্ৰধান মন্ত্ৰী মোদীয়ে আজি কলকাতা ভ্ৰমণ কৰিব আৰু তাৰ বাবে মহানগৰখনক অভেদ্য দুৰ্গত পৰিণত কৰা দেখা গৈছে।

তেওঁ দুদিনীয়া ভ্ৰমণৰ সূচীৰে আবেলি ৪ বজাত তৃণমূল শাসিত ৰাজ্যখনৰ মহানগৰখনত উপস্থিত হ’ব।

Apply Now

প্ৰধান মন্ত্ৰী যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া নহয়, তাৰ বাবে এছ পি জিয়ে বৃহৎ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

অসমৰ দৰেই ৰাজ্যখনত CAA-বিৰোধী প্ৰতিবাদ তীব্ৰ ৰূপত অব্যাহত আছে আৰু প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণে ইয়াক নতুন মাত্ৰা দিব পাৰে বুলি ধাৰণা কৰা হৈছে।

ৰাজ্যখনত শাসনত থকা দলটো আৰু মুখ্য মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত আইনখনৰ লগতে মোদী চৰকাৰে পৰিকল্পনা কৰা NRC-ৰ তীব্ৰ বিৰোধিতা কৰিছে।

তথ্য মতে, ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ ছাত্ৰ সংগঠন, বাওঁ শিবিৰ আৰু কংগ্ৰেছে মোদীৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ সকলো প্ৰকাৰে সাজু হৈ আছে।

স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে, ভি আই পি পথৰ কৈখালীত এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে।

নিউজ এইটটীন নামৰ নিউজ প’ৰ্টেলটোৰ বাতৰিমতে, ৰাজভৱনৰ সন্মুখত প্ৰধান মন্ত্ৰী মোদীক ক’লা পতাকা দেখুওৱাৰ পৰিকল্পনা কৰিছে বাওঁ শিবিৰ আৰু কংগ্ৰেছে।

মোদীয়ে অসমত হৈ থকা CAA-বিৰোধী প্ৰতিবাদৰ বাবে খেল’ ইণ্ডিয়া ক্ৰীড়ানুষ্ঠানটো উদ্বোধন কৰিবলৈ অহাৰ পৰা বিৰত থাকিব লগীয়া হয়। অসমৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পৰা হাত সাৰিলেও পশ্চিম বংগত মোদী তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

যোৱা বছৰ অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু তাৰ পিছত একাধিক বিজেপি নেতাক ৰাজ্যখনত অপদস্থ কৰা হৈছিল।

প্ৰধান মন্ত্ৰীজনে আজি সন্ধিয়া কলকাতাস্থিত হাওৰা ব্ৰিজৰ লাইট এণ্ড ছাউণ্ড শ্ব’ উদ্বোধন কৰিব। তাৰ পিছতে তেওঁ ৰামকৃষ্ণ মিশ্যনৰ হেড কোৱাৰ্টাৰলৈ যাব।

যোৱা বছৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ পিছত এয়াই হ’ব মোদীৰ প্ৰথম পশ্চিম বংগ ভ্ৰমণ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd