• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানৰ খবৰ ল’লে প্ৰধান মন্ত্ৰী মোদীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2020 8:12 am

1 min read

লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানৰ খবৰ ল’লে প্ৰধান মন্ত্ৰী মোদীয়ে

লাডাখৰ সেনা বাহিনীৰ চিকিৎসালয়ত প্ৰধান মন্ত্ৰী

466
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে সেনা বাহিনীৰ জোৱান সকলৰ মনোবল বৃদ্ধিৰ বাবে লাডাখত উপস্থিত হয়।

লাডাখত উপস্থিত হোৱাৰ পাছত প্ৰধান মন্ত্ৰীয়ে গলৱান উপত্যকাত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা ভাৰতীয় জোৱান সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে সেনা বাহিনীৰ হাস্পাতালত উপস্থিত হয়।

”আমাৰ দেশে কেতিয়াও বিশ্বৰ কোনো শক্তিৰ ওচৰত মুৰ তল কৰা নাই আৰু কেতিয়াও নকৰে, এয়া আমাৰ বীৰ জোৱান সকলৰ বাবে সম্ভৱ হৈছে,” আঘাতপ্ৰাপ্ত সৈনিক সকলক চিকিৎসালয়ত সাক্ষাৎ কৰি প্ৰধান মন্ত্ৰী মোদীয়ে এইদৰে কয়।

ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দেশৰ স্থল সেনা বাহিনী প্ৰধান নাৰাৱানেও লাডাখত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা বাহিনীৰ জোৱান সকলৰ স্বাস্থ্যৰ বুজ লৈছিল।

বিগত ১৫ জুনত গলৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত বিহাৰ ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰকে ধৰি ২০ গৰাকী বীৰ ভাৰতীয় জোৱান চহিদ হৈছিল।

ভাৰতীয় সেনা জোৱানৰ প্ৰতি আক্ৰমণত বহু চীনা সৈন্যৰো মৃত্যু হৈছিল যদিও চীনে ৰাজহুৱাভাৱে সেই তথ্য দাঙি ধৰি নিজ দেশৰ সেনা বাহিনীৰ জোৱান সকলক সন্মান প্ৰদৰ্শনৰ বাবে সাহস গটাব পৰা নায়।

Recent News

Imran-1

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd