DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তালিবানে পঞ্জশিৰ দখলৰ দাবীৰ পাছতে অমিত শ্বাহ, ৰাজনাথ সিং,ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2021 3:23 pm
XJ7OnALoEI
241
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আফগানিস্তানত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয়।

বৈঠকত তালিবানৰ আফগানিস্তানৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আৰু পঞ্জশিৰ উপত্যকাত অব্যাহত থকা তালিবানী আক্ৰমণ সন্দৰ্ভত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তালিবানে আফগান নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ অধীনত থকা আফগানিস্তানৰ পঞ্জশিৰ উপত্যকাও দখলৰ বাবে আক্ৰমণ কৰিছে।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ আৰু আহমেদ মাছুদৰ নেতৃত্বত আফগান নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে পাহাৰীয়া উপত্যকাটোৰ পৰা তালিবান পৰা ৰক্ষা কৰিবলৈ যুঁজ দি আছে।

এই বাহিনীক নেতৃত্ব দি আহিছে প্ৰাক্তন আফগান গেৰিলা কমাণ্ডাৰ আহমেদ শ্বাহ মাছুদৰ ইংলেণ্ডত শিক্ষা গ্ৰহণ কৰি অহা পুত্ৰ আহমেদ মাছুদে।

ইফালে তালিবানৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে পাঞ্জশিৰ উপত্যকা দখল কৰা বুলি দাবী কৰিলেও আফগান নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে তালিবানৰ এই দাবী নস্যাৎ কৰিছে।

পঞ্জশিৰ উপত্যকাৰ সৰু সৰু উপত্যকাবোৰত দুয়ো পক্ষৰ মাজত যুদ্ধ অব্যাহত আছে বুলি দাবী কৰিছে ফ্ৰণ্টে।

অৱশ্যে পঞ্জশিৰ উপত্যকাৰ মূল পথটো তালিবানে নিজৰ অধীনত ৰখা বুলি প্ৰকাশ কৰিছে আফগান নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে।

আফগান নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে আফগানিস্তানৰ জনসাধাৰণক ন্যায় আৰু স্বাধীনতা নিশ্চিত নোহাৱালৈকে তালিবানৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত থাকিব বুলি সদৰী কৰিছে।

আফগানিস্তানৰ এই সমগ্ৰ পৰিস্থিতিৰ নিৰীক্ষণ কৰি তাৎক্ষণিকভাৱে গুৰুত্ব আৰোপ কৰিবলৈ ভাৰতে এক উচ্চ পৰ্যায়ৰ গোট গঠন কৰিছে। এই গোটটোত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল অন্যান্য শীৰ্ষ বিষয়াসকল আছে।

তেওঁলোকে আফগানিস্তানৰ পৰিস্থিতি আৰু ইয়াৰ আন্তৰ্জাতিক প্ৰতিক্ৰিয়া নিৰীক্ষণ কৰি আছে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd