DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাংলাদেশৰ মুক্তিযোদ্ধা বংগবন্ধু শ্বেইখ মজিবুৰ ৰহমান ‘মানৱ অধিকাৰৰ চেম্পিয়ন’ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 12:23 pm
index.jpgak

ফ'টোৰ উৎস : ইন্টাৰনেট

801
VIEWS
Share on FacebookShare on Twitter

বাংলাদেশৰ মুক্তিযোদ্ধা তথা বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ আজি ১০১ সংখ্যক জন্ম দিৱস।

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ আজিৰ ১০১ সংখ্যক জন্ম তিথিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

নিজৰ টুইটাৰ একাউন্টত টুইট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মানৱ অধিকাৰ আৰু স্বাধীনতাৰ চেম্পিয়ন বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাঁচিলো। তেওঁ ভাৰতীয়সকলৰ বাবেও এজন নায়ক। এমাহৰ পিছত বাংলাদেশে উদযাপন কৰা ঐতিহাসিক মজিববৰ্ষ অনুষ্ঠানত মই অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ কথা হ’ব।”

আনহাতে বাংলাদেশত ৰাষ্ট্ৰীয়ভাৱে উদযাপন কৰা হৈছে বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম বাৰ্ষিকী।

ঢাকা ট্ৰিবিউনৰ মতে এইবাৰ বংগবন্ধুৰ জন্ম বাৰ্ষিকী আৰু শিশু দিৱসৰ থিম হৈছে “বংগবন্ধুৰ জন্মদিনত শিশুৰ জীৱন ৰঙীন হ’বলৈ দিয়ক”।

ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰেও বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ ১০১ সংখ্য জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

বংগবন্ধুৰ মুজিবৰ জন্ম বাৰ্ষিকীৰ উপলক্ষ্যে তেওঁৰ কন্যা তথা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশবাসীলৈ এক বাৰ্তাও প্ৰেৰণ কৰিছে।

Recent News

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd