• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ কৃষকৰ সৰ্বাংগীন উন্নয়নৰ বাবে ১ লাখ কোটি টকাৰ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 9, 2020 2:00 pm

1 min read

modi7
556
VIEWS
Share on FacebookShare on Twitter

কৃষকৰ কল্যাণৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ১ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰে।

ভাৰ্চুৱেল কনফাৰেন্সৰ জৰিয়তে মোডীয়ে কৃষকৰ বাবে ঘোষণা কৰে এই আঁচনি।

মোডীয়ে কয় যে দেশৰ প্ৰায় ১০ কোটি কৃষক এই পেকেজৰ জৰিয়তে লাভান্বিত হ’ব।

১ লাখ কোটি টকাৰ পেকেজৰ অধীনত কৃষক সকলে কম সুদৰ হাৰত ঋণ লবলৈ সক্ষম হ’ব। একেদৰে কৃষিজাত সামগ্ৰীৰ সঠিক মজুতকৰণৰ বাবে শীতলিগৃহ নিৰ্মাণকে ধৰি আন আনুষংগিক কামত এই পেকেজৰ ধন খৰচ কৰা হ’ব।

একেদৰে মোডীয়ে আজি ইলেক্ট্ৰনিক বুটাম টিপি দেশৰ প্ৰায় ৮.৫ কোটি কৃষকৰ বাবে কৃষক সন্মাণ নিধিৰ অধীনত ১৭,১০০ কোটি টকা সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণৰ দিহা কৰে।

কৃষক সন্মাণ নিধিৰ অধীনত দেশৰ ৮.৫ কোটি কৃষকে বছৰি ৬,০০০ টকাকৈ লাভ কৰি আহিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে আজি নাবাৰ্ডৰ বিষয়া বৰ্গৰ সৈতেও ভিডিঅ’ কনফাৰেল্সৰ জৰিয়তে মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ১ লাখ কোটি টকাৰ ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন বেংকৰ সৈতে নাবাৰ্ডৰ এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰ হৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd