• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মোদীয়ে “গাই”তকৈ মহিলাৰ বিষয়ত বেছি গুৰুত্ব দিয়ক”, প্ৰধান মন্ত্ৰীক কটাক্ষ কৰি চৰ্চাত উত্তৰ-পূবৰ সুন্দৰী

“এয়া হৈছে আত্মবিশ্বাস আৰু সাহস, যিটো আনকি আজিকালিৰ বতৰৰ সাংবাদিকসকলৰো নাথাকে“

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 9:12 pm
Miss Kohima

মিছ কহিমা, ২০১৯ প্ৰতিযোগিতাৰ বিজয়ী খ্ৰীয়েইনৌ লিজেইটছৌৱে (মাজত), প্ৰথম ৰানাৰ-আপ খ্ৰীয়েইলিভিনৌ শ্বোহু (বাওঁফালে) আৰু দ্বিতীয় ৰানাৰ আপ ভিকৌনৌ ছাচ্চু। ফটো : নাগালেণ্ড পোষ্টৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৌন্দৰ্য্য প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে প্ৰশ্নোত্তৰ কালৰ এটা প্ৰশ্নত প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি দিয়া উত্তৰে ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে।

টুইটাৰ য়ুজাৰসকলে অষ্টাদশী সুন্দৰীগৰাকীৰ সৎ সাহস আৰু স্পষ্টবাদিতাক প্ৰশংসা কৰা দেখা গৈছে।

Apply Now

উত্তৰ-পূবৰ এই সুন্দৰীগৰাকী হ’ল নাগালেণ্ডৰ ভিকৌনৌ ছাচ্চু আৰু তেওঁ ৫ অক্টোবৰত মিছ কহিমা-২০১৯ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এগৰাকী প্ৰতিযোগী আছিল।

দ্বিতীয় ৰানাৰ-আপৰ খিতাপ লাভ কৰা ছাচ্চুক ব্যক্তিগত আলাপ (personal interaction) পৰ্য্যায়টোত সোধা হৈছিল, “যদি আমাৰ দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে তোমাক তেওঁৰ সৈতে বাৰ্তালাপ কৰিবলৈ আমন্ত্ৰণ কৰে, তুমি কি ক’বা?”

কোনো পলম নকৰাকৈ অষ্টাদশী ভিকৌনৌ ছাচ্চুৰ উত্তৰ আহিল কটাক্ষভৰা, “যদি মোক ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে আমন্ত্ৰণ কৰিলে হেঁতেন, মই তেওঁক গাইতকৈ মহিলাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ ক’লো হেঁতেন”।

ছাচ্চুৰ এই কটাক্ষভৰা উত্তৰ ছ’চিয়েল মিডিয়াত এতিয়াও চৰ্চাৰ মাজত আছে আৰু টুইটাৰত তেওঁৰ উত্তৰটো বিভিন্নজনে শ্বেয়াৰ কৰিছে।

বহুতো টুইটাৰ য়ুজাৰে তেওঁৰ স্পষ্টবাদিতাক প্ৰশংসা কৰাৰ উপৰি, অধিক ৰসিকতা কৰাও দেখা গৈছে।

শীতল গডগিল নামৰ এগৰাকী য়ুজাৰৰ মন্তব্য, “তেওঁ প্ৰকৃত মিছ ইণ্ডিয়া হ’ব পাৰে। আশা কৰো তেওঁ প্ৰতিযোগিতাখনত জয়ী হৈছে।“

“Big round of applause for her”, ওছামা নিয়াজ নামৰ আন এজনৰ মন্তব্য।

কামাথ নামৰ এজনে কৈছে, “এয়া হৈছে আত্মবিশ্বাস আৰু সাহস, যিটো আনকি আজিকালিৰ বতৰৰ সাংবাদিকসকলৰো নাথাকে।“

সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰিলেও ভিকৌনৌ ছাচ্চু এতিয়া এই উত্তৰৰ বাবেই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যমবোৰতো বাতৰিৰ শিৰোনাম হোৱা দেখা গৈছে।

২০১৪ চনত দেশৰ শাসনলৈ বিজেপি চৰকাৰখন অহাৰ পিছত গোটেই দেশজুৰি গৰু পূজা আৰু গৰু মাংস কেন্দ্ৰিক বিবাদময় পৰিৱেশ সৃষ্টি কৰি বহুতৰ বিৰক্তি উদঘাটন কৰিছিল। গোমাংস খোৱা আৰু ৰখাৰ অভিযোগত হিন্দুত্ববাদীসকলে মৰিয়াই মাৰিছিল একাধিক লোকক।

প্ৰতিযোগীগৰাকীৰ ৰাজ্য নাগালেণ্ড এখন খ্ৰীষ্টান প্ৰধান ৰাজ্য আৰু গৰুৰ মাংস নাগাসকলৰ প্ৰিয়।

প্ৰতিযোগিতাখনত খ্ৰীয়েইনৌ লিজেইটছৌৱে (Khrienuo Liezietsu) খিতাপ লাভ কৰিছিল আৰু খ্ৰীয়েইলিভিনৌ শ্বোহু (Khrielievinuo Shohu) প্ৰথম ৰানাৰ-আপ হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd