• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ ‘মাৰ্ক শ্বীট’ অভিভাৱকৰ ‘প্ৰেষ্টিজ শ্বীট’ হ’ব নালাগে: প্ৰধানমন্ত্ৰী মোডী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 11, 2020 7:05 pm

1 min read

PM Modi to address IIT Guwahati convocation
339
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নতুন শিক্ষা নীতি সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি কেইবাটাও মূল্যৱান কথা কয়।

মোডীয়ে কয় যে বহু অভিভাৱকৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বীট প্ৰেষ্টিজ শ্বীট হৈ পৰিছে।

সেইবাবেই শিক্ষাৰ্থীৰ বাবে এতিয়া এখন ভাল নম্বৰৰ মাৰ্কশ্বীট আহৰণ কৰাটো মূল লক্ষ্য হৈ পৰিছে।

ফলত মাৰ্কশ্বীট হৈ পৰিছে বহু শিক্ষাৰ্থীৰ বাবে ‘প্ৰেছাৰ শ্বীট’ স্বৰূপ।

মোডীয়ে কেৱল পৰীক্ষাত পোৱা নম্বৰেই শিক্ষাৰ্থী এগৰাকীৰ সঠিক মূল্যায়ন নকৰে বুলি উল্লেখ কৰি কয় যে নতুন শিক্ষানীতিয়ে নম্বৰ সৰ্বস্ব ব্যৱস্থাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মুক্ত কৰিব আৰু তেওঁলোকে আনন্দ মনেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব।

ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ বোজা নতুন শিক্ষানীতিয়ে হ্ৰাস কৰিব বুলি মন্তব্য কৰি মোডীয়ে কয় যে ইয়াৰ ফলত তেওঁলোক চাপমুক্ত হ’ব পাৰিব।

নতুন শিক্ষানীতিৰ অন্যান্য ইতিবাচক দিশৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে এই শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক নিজৰ ভৰিত নিজে থিয় দিয়াৰ যোগ্য কৰি তুলিব।

ছাত্ৰ-ছাত্ৰীসকল আত্মবিশ্বাসী হৈ উঠিব আৰু প্ৰতিটো প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব বুলি মোডীয়ে উল্লেখ কৰে।

তেওঁ নতুন শিক্ষানীতি সন্দৰ্ভত দেশৰ লাখ লাখ লোকে মতামত দিয়া বুলিও প্ৰকাশ কৰে।

Recent News

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd