• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে, ৫৬ বছৰৰ মূৰত আহিছে এই সুযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 10:48 am

1 min read

আলিগড় মুছলিম বিশ্ববিদ্যালয়ক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে, ৫৬ বছৰৰ মূৰত আহিছে এই সুযোগ
798
VIEWS
Share on FacebookShare on Twitter

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আজিৰ দিনটো ইতিহাস হৈ ৰ’ব। কিয়নো ৫৬ বছৰৰ পিছত আজি কোনো প্ৰধান মন্ত্ৰীয়ে ইয়াক সম্বোধন কৰিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আজি অনলাইনযোগে সম্বোধন কৰিব। এই সমাৰোহত প্ৰধান মন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংকেও অংশ ল’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৬৪ চনত তেতিয়াৰ প্ৰধান মন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে এই বিশ্ববিদ্যালয়লৈ আহিছিল।

তেতিয়া লাল বাহাদুৰ শাস্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

ইফালে আজিৰ এই ঐতিহাসিক অনুষ্ঠানৰ স্মৰণত প্ৰধান মন্ত্ৰী মোদীয়ে এক বিশেষ ডাক টিকট মুকলি কৰিব।

বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ প্ৰধান মন্ত্ৰী মোদীয়ে গ্ৰহণ কৰাৰ পিছত বিশ্ববিদ্যালয়ৰ ভিচিয়ে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শতবৰ্শৰ অনুষ্ঠানত প্ৰধান মন্ত্ৰীৰ অংশগ্ৰহণৰ তীব্ৰ বিৰোধিতা কৰিছে।

প্ৰধান মন্ত্ৰীৰ অংশ গ্ৰহণৰ বিৰোধিতাত বিশ্ববিদ্যালয় চৌহদৰ বাহিৰত বিভিন্ন শ্লোগান আওৰাই প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ-ছাত্ৰীৰ বিৰোধিতা দেখি বিশ্ববিদ্যালয় চৌহদত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰিছে।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd