• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ আতংক : আজি নিশা পুনৰ দেশবাসীক সম্বোধন কৰিব মোদীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 24, 2020 1:00 pm

1 min read

COVID-19: President, PM, MPs to take a pay cut for 1 year

প্ৰধান মন্ত্ৰী মোদীৰ ফাইল ফটো

20.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা কাৰ্যত দেশবাসী চিন্তিত হোৱাৰ সময়তে আজি পুনৰ এবাৰ দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব। প্ৰধান মন্ত্ৰীয়ে এই কথা টুইটযোগে জনায়।

প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে আজি ৰাতি ৮ বজাত দেশবাসীক সম্বোধন কৰিম আৰু ক’ৰ’না ভাইৰাছ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম।

উল্লেখ্য যে দেশত ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৫০০ ৰো অধিক অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত ১০ জন লোকৰ মৃত্যু হৈছে।

ইতিমধ্যে এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰাৰ লগতে কেইবাখনো ৰাজ্যই কাৰ্ফিউ জাৰি কৰিছে।

অসম, দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট সহিতে দেশৰ ৩০খন ৰাজ্যই আজিৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰিছে। নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰিছে ৰাজ্য সমূহৰ চৰকাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ১৯ মাৰ্চত ক’ৰ’না সন্দৰ্ভত দেশবাসীক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোদীয়ে ২২ মাৰ্চৰ দিনটো জনতা কাৰ্ফিউৰ ঘোষণা কৰিছিল।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd