DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোডীয়ে যিমানে নিজকে শক্তিশালী বুলি প্ৰদৰ্শন কৰিছে সিমানেই দুৰ্বল হৈছে দেশঃ ৰাহুল গান্ধী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2020 12:32 pm
RahulGandhiChina
1.5k
VIEWS
Share on FacebookShare on Twitter

চীনা আগ্ৰাসনৰ পৰিপ্ৰেক্ষিতত দেশ এতিয়া সংকটৰ সন্মুখত।

এনে সময়তে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। ৰাহুল গান্ধীয়ে তেওঁৰ টুইটাৰত মোডীক আক্ৰমণ কৰি এটা ভিডিঅ’ প্ৰচাৰ কৰিছে।

ভিডিঅ’টোত ৰাহুলে স্পষ্ট ভাবে কৈছে যে মোডীয়ে নিজকে শক্তিশালী বুলি প্ৰতিপন্ন কৰাৰ যিমানে ভুৱা ভাও জুৰিছে সিমানেই দেশ দুৰ্বল হৈ গৈ আছে।

চীনৰ আগ্ৰাসনক কেৱল সীমা সমস্যা হিচাবে গ্ৰহণ নকৰি ইয়াক চীনৰ চুড়ান্ত আগ্ৰাসনবাদৰ নিদৰ্শন হিচাবে গ্ৰহণ কৰা উচিৎ বুলি ৰাহুলে মন্তব্য কৰে।

তেওঁ কয় যে চীনে এতিয়া ভাৰতৰ ঘাইপথত আধিপত্য বিৰাজ কৰিছে।

ডোপচাং,পাংগং,গালোৱানতো চীনৰ আধিপত্য বিৰাজ কৰিছে।

ইমানৰ পিছত শেহতীয়া সংকটক কেৱল সীমা সমস্যা বুলি ধাৰণা দিবলৈ বিচৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৰাহুলে।

তেওঁ প্ৰধানমন্ত্ৰী মোডীয়ে চীনৰ ক্ষেত্ৰত সৱল স্থিতি গ্ৰহণত ব্যৰ্থ হোৱা বুলি পুনৰবাৰ অভিযোগ কৰে।

মোডীয়ে গাদী বচাই ৰাখিবলৈ নিজকে পৰম শক্তিশালী বুলি জাহিৰ কৰি আছে যদিও তেওঁৰ এনে কৰ্ম কাণ্ডই দেশক দুৰ্বল কৰা বুলিহে ৰাহুলে কয়।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd