• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

২০২১ত কাৰ চৰকাৰ' ? নিৰ্ণায়ক ভূমিকা ল'ব কোনে—সমীক্ষাই কি কয় ?

মনিকা দাস by মনিকা দাস
January 22, 2021 8:40 pm
Modi-speech-696
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ প্ৰধানমন্ত্ৰী মোদী আহিব শিৱসাগৰলৈ।

অসম প্ৰদেশ বিজেপিৰ বৃহৎ পৰিকল্পনা। এইবাৰ ২০২১চনৰ নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে, প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ , এয়া শিৱসাগৰ দখলৰ পৰিকল্পনা নেকি ? আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ ভেঁটি স্বৰূপ শিৱসাগৰত কংগ্ৰেছৰ জনমত ধ্বংস কৰি চৌদিশ গেৰুৱাময় কৰাৰ বিজেপিৰ দূৰদৰ্শী ৰণকৌশল সন্দৰ্ভত নুই কৰিব নোৱাৰি। লক্ষাধিক লোকক ভূমি পট্টা প্ৰদানৰ জৰিয়তে শিৱসাগত খিলঞ্জীয়া অধিকাৰ সাব্যস্ত কৰি, আগন্তুক নিৰ্বাচনত শিৱসাগৰত নিজৰ ভেঁটি সুদৃঢ় কৰিবলৈ বিচৰা , এয়া এক বিজেপিৰ নিৰ্বাচনী ৰণ কৌশল।

Apply Now

ঐতিহাসিক জেৰেঙা পথাৰলৈ গৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আয়ােজিত ভূমি পট্টা বিতৰণ কাৰ্যসূচীত অংশ লৈ ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে।‌ এই অনুষ্ঠানত প্রধানমন্ত্রীয়ে ১ লাখ ৬ হেজাৰ খিলঞ্জীয়া লােকক ভূমি পট্টা আৰু অনুমােদন পত্র বিতৰণ কৰিব আৰু ৩ লাখ লোকৰ জনসমাগম হ’ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংগীকাৰ কৰিছে।
তিনি লাখ লোকক সমবেত কৰিবলৈ অসম প্ৰদেশ বিজেপিৰ যুদ্ধকালীন তৎপৰতা। ২৩ জানুৱাৰীত প্ৰচণ্ড শীত আৰু প্ৰতিকূল পৰিৱেশৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ জেৰেঙা পথাৰৰ সভাথলী সকলো দিশৰ পৰা সাজু কৰি তুলিছে শিৱসাগৰ জিলা প্ৰশাসন, ৰাজ্য প্ৰশাসন, লোক নিৰ্মাণ বিভাগকে কেইবাটাও বিভাগ।

ইফালে এ আই ইউ ডি এফে , চৌদশে চটিয়াইছে সাম্প্ৰদায়িক বিষ বাষ্প

সমীক্ষাই কি কয় ? মানুহে কিহৰ আধাৰত দিব ভোট? কিমান কল্পনা জল্পনা ?
আজমলৰ ইছলাম সম্প্ৰদায়ৰ লৈ উচতনি দিয়া মন্তব্য, আৰু জনমত গঠন কৰা চেষ্টাক কেনেদৰে ৰোধিব বিজেপিয়ে?

আজমলে ধুবুৰী সভাত কলে বিজেপিৰ চৰকাৰ হলে মুছলমানৰ মহিলাই বোৰ্খা পিন্ধিব নোৱাৰিব, মুছলমানে ৰাখিব নোৱাৰিব দাড়ি, পঢ়িব নোৱাৰিব নামাজ , এনে ঠাইত আপোনালোক থাকিব পাৰিবনে ?

এনে ধৰণৰ সাম্প্ৰদায়িক বিষ বাষ্পই অসমৰ ভবিষ্যত কি দিশ আঙুলিয়াই দেখুৱাব দেশৰ জনসাধাৰণ নিশ্চয়কৈ চিন্তাৰ বিষয়।
বিজেপিৰ শাসন কালত মুছলমান সম্প্ৰদায়ক তিনি তালাক ভিত্তি হীন কৰি মুছলমান মহিলা সকলক সকাহ দিয়া দেশৰ ৰাইজে দেখিছে। , অৰুণোদয় আঁচনি, বিনামূলীয়াকৈ দিয়া চাউল, প্ৰধানমন্ত্ৰী আবাস যোজনা, উজ্জ্বলা আঁচনি, অৰুন্ধুতি স্বৰ্ণ আঁচনি দেশৰ সৰ্বসাধাৰণ নাগৰিকৰ বাবে আগবঢ়োৱা হৈছে। তেনেস্থলত আজমলৰ এনে মন্তব্যৰে দ্বাৰা জনসাধাৰণক প্ৰৰোচিত কৰিব পৰা যাবনে ?

অসমৰ ৰাজনীতিত সাম্প্ৰদায়িকতা বিষবাষ্প ছটিওৱা এচাম মানুহৰ স্বঃপ্ৰণোদিত, এক অভিসন্ধি বুলি ক’ব খোজো। হিন্দু সম্প্ৰদায়ক লৈ হওঁক বা ইছলাম সম্প্ৰদায়ক লৈ কৰা সাম্প্ৰদায়িক মন্তব্য কৰা, ক্ষমাৰ যোগ্য নহয়। সাম্প্ৰতিক অসমত সাম্প্ৰদায়িক সংঘৰ্ষ, সাম্প্ৰদায়িক মন্তব্য কৰি নিজৰ ৰাজনৈতিক লালসা সমূহ পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হৈছে, অদূৰ ভৱিষ্যতে ইয়াৰ ফলাফল অতি শংকা জনক তথা হিংসাত্মক হ’ব বুলি আশংকা কৰিছো। কা’ আন্দোলনৰ সময়ত হোৱা অচলাৱস্থা তথা হিংসাত্মক কাৰ্য কালাপ দেশৰ জনসাধাৰণে দেখিছে । কিন্তু শেষত কা’ আন্দোলনৰ মজবুট যোদ্ধা সকল যেন তাচ পাতৰ লেখিয়া এটা পাচত এটা খহি ভিন্ন হৈ পৰিল।

তেনে অৱস্থাত কি কথা কয় কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোট, এজেপি দল জনসাধাৰণৰ মাজত আগবাঢ়িব, সেয়া লক্ষ্যণীয় হ’ব। দেশৰ জনসাধাৰণ পৰিপক্ক হৈ উঠিছে, সাম্প্ৰদায়িক বিষ বাষ্প ছটিওৱা মন ভূলোৱা কাৰ্য নিশ্চয়কৈ বিকল্প নহব।

ইফালে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপিক।পৃথিৱীৰ হাজাৰ শক্তি একত্ৰিত হলেও মন জয় কৰিব নোৱাৰে অসমৰ ৰাইজৰ। অসমৰ সৰ্বস্তৰৰ ৰাইজে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাতো মনে প্ৰাণে কামনা কৰিছে- মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ,।

যদি এই কথাই সত্য হয়, কংগ্ৰেছ- এ আই ইউ ডি এফ মিত্ৰজোঁটৰ চৰকাৰৰ ৰাজনৈতিকৰণ কৌশল কি হোৱা উচিত, তথা কি দিশে গতি কৰিলে সফল হব পাৰিব কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোট চৰকাৰে অতি শীঘ্ৰেই বিবেচনা কৰা উচিত । কাৰণ আসনৰ হিচাপ নিকাচৰ কথা আগন্তুক ২০২১ৰ নিৰ্বাচনত জল জল পট পট হ’ব।

মনিকা দাস

মনিকা দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd