• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১টা বৃহত্তম দ্বীপক দেশৰ ২১ গৰাকী বীৰ সৈনিকৰ নামেৰে নামাকৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2023 4:29 pm
Andaman And Nicobar Islands Names
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি স্বাধীনতা যুঁজাৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা হৈছে পৰাক্ৰম দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰাক্ৰম দিৱস উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা বৃহত্তম নামহীন দ্বীপক পৰম বীৰ চক্ৰ বঁটা বিজয়ী দেশৰ বীৰ সৈনিক সকলৰ নামেৰে নামাকৰণ কৰে।

পূৰ্বতে ৰছ দ্বীপ নামেৰে পৰিচিত তথা নতুনকৈ নামাংকিত নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপৰ ওপৰত নিৰ্মাণ হ’বলগীয়া নেতাজীক উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মাৰকৰ আৰ্হিও আজি উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অনুষ্ঠিত এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে।

Apply Now

শ্ৰীনগৰ বিমানবন্দৰৰ সমীপত পাকিস্তান অনুপ্ৰৱেশকাৰীৰ সৈতে যুঁজি ১৯৪৭ চনৰ ৩ নৱেম্বৰত কৰ্মৰত অৱস্থাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমগৰাকী পৰম বীৰ চক্ৰ বঁটা বিজয়ী মেজৰ সোমনাথ শৰ্মাৰ নামেৰে বৃহত্তম দ্বীপটোৰ নামাকৰণ কৰা হয়।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত কয়, “এই দ্বীপসমূহ ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটা বিজয়ী অৰ্থাৎ মেজৰ সোমনাথ শৰ্মা; সুবেদাৰ আৰু হনি কেপ্তেইন (তেতিয়াৰ লেন্স নাইক) কৰম সিং, এম এম; চেকেণ্ড লেফটেনেণ্ট ৰামা ৰাঘ’বা ৰানে; নায়ক যদুনাথ সিং; কোম্পানী হাবিলদাৰ মেজৰ পিৰু সিং, কেপ্তেইন জি এছ ছালাৰিয়া, লেফটেনেণ্ট কৰ্ণেল (তেতিয়াৰ মেজৰ) ধন সিং থাপা, চুবেদাৰ জোগিন্দৰ সিং, মেজৰ চৈতন সিং, চি কিউ এম এইচ আব্দুল হামিদ, লেফটেনেণ্ট কৰ্ণেল আৰ্দেশ্বিৰ বুৰ্জোৰজী তাৰাপুৰ, লেন্স নাইক এলবাৰ্ট এক্কা, মেজৰ হোছিয়াৰ সিং, চেকেণ্ড লেফটেনেণ্ট অৰুণ খেতৰাপাল, ফ্লাইং বিষয়া নিৰ্মলজিৎ সিং ছেখন, মেজৰ ৰামাস্বামী পৰমেশ্বৰন, নৈব সুবেদাৰ বানা সিং, কেপ্তেইন বিক্ৰম বাতৰা, লেফটেনেণ্ট মনোজ কুমাৰ পাণ্ডে, সুবেদাৰ মেজৰ (তেতিয়াৰ ৰাইফলমেন) সঞ্জয় কুমাৰ, আৰু সুবেদাৰ মেজৰ অৱসৰপ্ৰাপ্ত (হনি কেপ্তেইন) গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱৰ নামেৰে নামাকৰণ কৰা হৈছে।”

উল্লেখ্য যে, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে ২০২১ চনত চৰকাৰে ২৩ জানুৱাৰী দিনটোক পৰাক্ৰম দিৱস হিচাপে পালন কৰা হ’ব বুলি ঘোষণা কৰিছিল।

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু নেতাজীৰ স্মৃতিক সন্মান জনাই ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ৰছ দ্বীপপুঞ্জ ভ্ৰমণৰ সময়ত দ্বীপটোৰ নাম সলনি কৰি নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে নামাকৰণ কৰে। লগতে নীল দ্বীপ আৰু হেভলক দ্বীপৰ নাম সলনি কৰি শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ নামেৰে নামাংকিত কৰা হৈছিল।

“দেশৰ বাস্তৱ জীৱনৰ নায়কসকলক যথাযথ সন্মান প্ৰদান কৰাত প্ৰধানমন্ত্ৰীয়ে সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। এই মনোভাৱৰ সৈতে আগবাঢ়ি গৈ এতিয়া দ্বীপপুঞ্জৰ ২১ টা বৃহত্তম নামহীন দ্বীপক ২১ গৰাকী পৰম বীৰ চক্ৰ বিজয়ীৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।”— প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা বিবৃতিটোত এইদৰে লগতে কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm
 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

 এতিয়াও বানৰ কবলত কেইবাখনো জিলা : ৩০ হাজাৰৰো অধিক লোক এতিয়াও আক্ৰান্ত

September 2, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd