• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বহি থাকিয়েই চুইডেনত গাড়ী চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 1, 2022 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰীনৰেন্দ্ৰ মোদীয়ে আজি ভাৰতত ৫জি মোবাইল সেৱা আৰম্ভ কৰিছে। আজি একেই প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত বহি থাকিয়েই ইউৰোপত এখন গাড়ী ভাৰ্চুৱেলী চলায়। ভাৰতীয় ম’বাইল কংগ্ৰেছ ২০২২ ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই ৫ জি সেৱা আৰম্ভ কৰে। নতুন সেৱাসমূহৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত এৰিক্সন বুথত বহি থকা সময়ত ইউৰোপত থকা এখন গাড়ী চলায়।

নতুন ম’বাইল সেৱাৰ বাবে, ভাৰতত থকা ডিভাইচবোৰৰ সৈতে গাড়ীৰ নিয়ন্ত্ৰণ সংযোগ কৰিবলৈ উচ্চ-গতিৰ নেটৱৰ্ক ব্যৱহাৰ কৰা হৈছে। সেয়েহে গাড়ীখনৰ ৰিম’ট কণ্ট্ৰোলৰ জৰিয়তে মোদীয়ে চলাবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাড়ী খন চলাই থকাৰ ফটো কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰীয়ে শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৰ শিৰোনামটোত কোৱা হৈছে, “মোদীজীয়ে ভাৰতৰ ৫জি প্ৰযুক্তি ব্যৱহাৰ কৰি দিল্লীৰ পৰা দূৰৱৰ্তী ইউৰোপত গাড়ী চলাই পৰীক্ষা কৰে।” ইফালে, প্ৰগতি ময়দানত চলি থকা চাৰিদিনীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও বুথ পৰিদৰ্শন কৰে। তেওঁ ভাৰতৰ ষ্টাৰ্টআপসমূহক ৫জি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছিল।

Apply Now

লক্ষ্যণীয় যে মোবাইল সেৱা সমূহ নিয়োজিত কৰাৰ প্ৰথম পৰ্যায়ত এই সেৱাসমূহ ১৩ খন চহৰত উপলব্ধ হ’ব। তদুপৰি, ২০২৪ চনৰ ভিতৰত সমগ্ৰ দেশক ৫জি নেটৱৰ্কৰ দ্বাৰা সামৰি লোৱা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে জিঅ’ অভিযন্তাসকলৰ এটা দলে স্থানীয়ভাৱে এণ্ড-টু-এণ্ড ৫জি প্ৰযুক্তি বিকশিত কৰি আছে আৰু নগৰ তথা গ্ৰাম্য অঞ্চলৰ মাজত স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱধান কেনেদৰে কমোৱাত সহায় কৰিব সেয়া চেষ্টা কৰা হৈছে।। নতুন দিল্লীৰ প্ৰগতি ময়দানত ১ ৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব ইণ্ডিয়া ম’বাইল কংগ্ৰেছ। ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে দেশত ৫ জি প্ৰযুক্তি উদ্বোধন কৰে। দেৱালীৰ পৰা চহৰসমূহত ৫ জি সেৱা আৰম্ভ কৰা হ’ব।

টেলিকম খণ্ডৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে ৫জি প্ৰযুক্তি ভাৰতৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ’ব। ২০২৩ ৰ পৰা ২০৪০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিত কেৱল৫ জি প্ৰযুক্তিৰ বাবে অতিৰিক্ত ৫০ কোটি ডলাৰ আহিব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd