DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে দিল্লীত প্ৰধান মন্ত্ৰী মোদীৰ “ধন্যবাদ ৰেলী”

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2019 10:27 am
1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওফালে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে দিল্লীত আজি এখন বিশাল জনসভা সম্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দিল্লীৰ ৰামলীলা মৈদানত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বিশেষ জনসভাখনৰ নাম দিয়া হৈছে “ধন্যবাদ ৰেলী।”

এই জনসভাত বিজেপি শাসিত ৰাজ্যৰ মুখ্য মন্ত্ৰীসকল, এ ডি এৰ সহযোগী দলৰ মুখ্য মন্ত্ৰীসকল আৰু কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীসকলে অংশ গ্ৰহণ কৰিব।

আনহাতে সমগ্ৰ দেশতে ‘কা’ বিৰোধী প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে প্ৰধান মন্ত্ৰীৰ এই বিশেষ জনসভাৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰি তোলা হৈছে। নিৰাপত্তা দিশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত সংস্থাপন কৰা হৈছে চিচি টিভি কেমেৰা।

প্ৰায় ২ লাখ লোকৰ সমাগম হ’ব বুলি আশা কৰা এই জনসভাৰ পৰাই বিজেপিয়ে আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰো ৰণশিঙা বজাব বুলি জানিব পৰা গৈছে।

Recent News

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Russia-Ukraine war: ইউক্ৰেইনত আন এক ভয়ংকৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ; দেশখনৰ ওডেছাত নিহত কমেও ১৯জন

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Actor Kishore Das passed away: সকলোকে কন্দুৱাই অকালতে গুচি গ’ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Cotton University: কটনক কলংকিত কৰিলে কোনে? দুই হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনাত আহত কেইবাগৰাকীও ছাত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd