• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰী মোডীৰ বাবে আমেৰিকাৰ পৰা অনা হৈছে মিছাইলে ধ্বংস কৰিব নোৱাৰা বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 3:01 pm
media-photo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বাবে আমেৰিকাৰ পৰা অনাৰ ব্যৱস্থা কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিৰে সমৃদ্ধ বিমান।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্যৱহাৰ কৰাৰ উচ্চ প্ৰযুক্তি সম্পন্ন এয়াৰ ফোৰ্চ-ৱান বিমানৰ দৰেই ভাৰতৰ শীৰ্ষ ৰাজনীতিকৰ সুৰক্ষাৰ বাবে অনা এই বিমানত সংযুক্ত হৈ আছে এনে প্ৰযুক্তি যি প্ৰযুক্তিয়ে শত্ৰু পক্ষই মাৰি পঠিওৱা মিছাইলো সহজে ধ্বংস কৰিব পাৰিব।

Apply Now

আমেৰিকাৰ ব’য়িং কোম্পানীয়ে প্ৰস্তুত কৰা ব’য়িং ৭৭৭ ই আৰ নামৰ বিমানত থকা এয়াৰ ক্ৰাফট ইনফ্ৰাৰেড কাউণ্টাৰ মেছাৰ্ছ ছিষ্টেমে যিকোনো মিছাইলেই ধ্বংস কৰিব পাৰিব।

এই বিমানে ইনফ্ৰাৰেড ৰশ্মি প্ৰতিহত কৰিব পাৰিব আৰু কোনো প্ৰযুক্তিৰ জৰিয়তে বিমানৰ যোগাযোগ ব্যৱস্থা ব্যাহত কৰিব পৰা নাযাব।

ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ দিসটোৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি নিৰ্মাণ কৰা এনে বিমানৰ প্ৰথমখন বিমান আনিবলৈ ইতিমধ্যে আমেৰিকালৈ গৈছে ভাৰতৰ এক উচ্চস্তৰীয় প্ৰতিনিধিৰ দল।

শীৰ্ষ ৰাজনীতিকৰ সুৰক্ষাৰ বাবে সাজি উলিওৱা এনে দুখন বিমানৰ বাবে ভাৰতে আমেৰিকাক আদায় দিছে ৮ হাজাৰ ৪৫৮ কোটি টকা।

ছেপ্তেম্বৰ মাহৰ মাজ ভাগত ভাৰত আহি পাবহি দ্বিতীয় খন এনে ধৰণৰ বিমান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm
ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm
প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd