• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চলিত বৰ্ষৰ স্বাধীনতা দিৱসত সকলোৱে ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব : প্ৰধান মন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 26, 2020 1:26 pm

1 min read

চলিত বৰ্ষৰ স্বাধীনতা দিৱসত সকলোৱে ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব : প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদী

1.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাট অনুষ্ঠানত দেশৰ জনসাধাৰণক সম্বোধন কৰে।

মন কী বাট অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে আগন্তুক স্বাধীনতা দিৱসক ৰাষ্ট্ৰৰ সকলো নাগৰিকে ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব বুলি আহ্বান জনায়।

”মই প্ৰতিগৰাকী নাগৰিককে আহ্বান জনাও যে এইবাৰৰ স্বাধীনতা দিৱসত আমি ক’ৰ’না ভাইৰাছৰ পৰা স্বাধীন হোৱাৰ বাবে সংকল্পবদ্ধ হ’ব লাগিব,” প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

আনহাতে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ স্বাধীনতা দিৱস পৃথক ধৰণে উদযাপন কৰা হ’ব বুলিও মোদীয়ে লগতে মত প্ৰকাশ কৰে।

তদুপৰি, প্ৰধান মন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ বাবেও দেশৰ নাগৰিকসকল দায়বদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি সকলোকে নিজা কৰ্তব্য পালনৰ জৰিয়তে নতুন নতুন উদ্ভাৱনৰ বাবে চেষ্টা চলায় যাব লাগিব বুলি মত পোষণ কৰে।

প্ৰধান মন্ত্ৰীয়ে লগতে ভাৰতত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভৰ হাৰ অন্য দেশৰ তুলনাতকৈ ভাল বুলি কোৱাৰ বিপৰীতে জনসাধাৰণক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সজাগ হৈ থকিবলৈ অনুৰোধ জনায়।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd