• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচল সংসদ! প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত বৈঠক; এজন এজনকৈ বিৰোধী সাংসদক ফোন ৰাজনাথ সিঙৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 24, 2023 1:31 pm
628
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ বিষয়ক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছে সংসদত। অধিৱেশনৰ আৰম্ভণিৰে পৰা বিৰোধী দলসমূহে মণিপুৰ বিষয়ত আলোচনাৰ দাবীত সংসদ স্থবিৰ কৰি ৰাখিছে। বিৰোধীৰ পৰিকল্পনা হৈছে একত্ৰিত হৈ কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰা।

এনে পৰিস্থিতিত সোমবাৰে সংসদত এখন বৈঠক অনুষ্ঠিত কৰি বিজেপিৰ কৌশল নিৰ্ণয় কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বৈঠক। ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে কেনেদৰে প্ৰতিৰোধ সৃষ্টি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে চৰকাৰী পক্ষই। বৈঠকত উপস্থিত থাকে কেবিনেট মন্ত্ৰীসকল।

লগতে পঢ়ক: সকলো বিভাগৰ ‘অপ্ৰয়োজনীয়’ খালী পদ বিলোপ কৰাৰ পদক্ষেপ অসম চৰকাৰৰ

এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে ৩০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু অধিৱেশনৰ আৰম্ভণিৰ পৰাই মণিপুৰ বিষয়ত বিৰোধীয়ে অচলাৱস্থাৰ সৃষ্টি কৰাৰ লগে লগে চৰকাৰী পক্ষই আজি এখন বৈঠকত বহি বিৰোধীৰ কৌশল ভংগ কৰাৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, নীতিন গাডকাৰী, অনুৰাগ ঠাকুৰ, পীযুষ গোৱাল, প্ৰহ্লাদ যোশী, অৰ্জুন ৰাম মেঘৱাল উপস্থিত আছে।

লগতে পঢ়ক: এসপ্তাহ নৌহওতেই ভাঙি পৰিল মোদীয়ে উদ্বোধন কৰা ‘বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰ’ৰ ছাদ

সূত্ৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে বিৰোধী দলৰ নেতাসকলক এজন এজনকৈ ফোন কৰি সংসদৰ অধিৱেশন সুচাৰুৰূপে চলাবলৈ অনুৰোধ জনাইছে।

Recent News

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ নিৰ্লজ্জ পাকিস্তানৰঃ দিল্লীয়ে উদঙালে মিথ্যাচাৰ

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

সীমান্তৰ ফালে আগবাঢ়িছে পাকিস্তানী সেনা, যুদ্ধৰ বাবে সাজু হৈছে ভাৰতো; জনালে ভ্যোমিকা সিঙে

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

ৰোহিতৰ পিছত টেষ্ট ক্ৰিকেট এৰিছে কোহলীয়ে? বিচিচিআইৰ পুনৰ বিবেচনাৰ অনুৰোধ

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

মেক্সিকো’-আমেৰিকাৰ সীমান্তত সন্তানক এৰি গৈছে পিতৃ-মাতৃয়ে : ভিছা লাভৰ কৌশল নে সংকট?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd