• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এখন দেশ, একেই ঐক্য পোছাক! সকলো ৰাজ্যৰ আৰক্ষী কৰ্মীয়ে একে পোছাক পিন্ধাৰ পোষকতা প্ৰধানমন্ত্ৰী মোদীৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 28, 2022 5:10 pm
140
VIEWS
Share on FacebookShare on Twitter

হয়তো শীঘ্ৰেই সমগ্ৰ দেশৰ আৰক্ষীয়ে একেই ইউনিফৰ্ম অৰ্থাৎ ঐক্যপোছাক পিন্ধিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰস্তাৱেই দিছে। এক ৰাষ্ট্ৰ, এটা ৰেচনৰ পিছত, এইবাৰ প্ৰধানমন্ত্ৰীয়ে একেটা ইউনিফৰ্মৰ বিষয়ত গুৰুত্ব দিছে। মোদীয়ে ৰাজ্যৰ গৃহ মন্ত্ৰীসকলৰ বৈঠকত উপস্থিত থাকি মোদীয়ে এনেদৰে কয়।

তেওঁৰ মতে, এই সিদ্ধান্ত ৰাজ্যসমূহৰ ওপৰত আৰোপ কৰা হোৱা নাই, কিন্তু দেশৰ ভিতৰত একতা বৃদ্ধিৰ বাবে এই পদক্ষেপ ল’ব পাৰি। ‘চিন্তন শিবিৰ’ৰ দ্বিতীয় দিনা বিভিন্ন ৰাজ্যৰ গৃহমন্ত্ৰীসকলক সম্বোধন কৰি মোদীয়ে কয়, “এক ৰাষ্ট্ৰ,এক ৰেচন কাৰ্ডৰ দৰে আমি সমগ্ৰ দেশৰ আৰক্ষীৰ বাবে একেই ইউনিফৰ্ম প্ৰৱৰ্তন কৰিব পাৰোঁ। মই সন্মত যে প্ৰতিখন ৰাজ্যৰ এটা বেলেগ চিহ্ন আছে। কিন্তু ৰাজ্যসমূহে এই বিষয়টোৰ বিষয়ে ভাবিব পাৰে। এই ধাৰণাটো ভৱিষ্যতে কাৰ্যকৰী কৰা হ’ব পাৰে। “

দৰাচলতে সমগ্ৰ ভাৰতৰ আৰক্ষীয়ে খাকী ইউনিফৰ্ম পিন্ধে। কিন্তু বহু ৰাজ্যত ইয়াৰ ৰং সলনি হৈছে। ফলস্বৰূপে প্ৰতিখন ৰাজ্যৰ আৰক্ষীক পৃথকে চিনাক্ত কৰিব পাৰি।

চিন্তন শিবিৰৰ প্ৰথম দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কণ্ঠতো একে ধৰণৰ কথাই শুনা গ’ল। তেওঁ কয় যে সমগ্ৰ দেশতে একে ধৰণৰ আইন প্ৰস্তুত কৰা উচিত। কেৱল এনেদৰেই ৰাজ্যসমূহত অপৰাধৰ প্ৰৱণতা হ্ৰাস কৰিব পাৰি।

তেওঁ ২০২৪ চনৰ ভিতৰত প্ৰতিখন ৰাজ্যতে এনআইএ কাৰ্যালয় খোলাৰ পৰামৰ্শ দিয়ে। অমিত শ্বাহে কয় যে সমগ্ৰ দেশৰ সকলো অপৰাধীৰ তথ্যও একে ঠাইতে লিপিবদ্ধ কৰিব লাগে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd